শেহতীয়া খবৰ

Video পাকিস্তানৰ কাৰাচীত ভয়ংকৰ বিমান দুৰ্ঘটনা

আজি দিনৰ প্ৰায় ২ বজাত কাৰাচীত এ-৩২০ এখন বিমান দুৰ্ঘটনাত পতিত হয়। উক্ত বিমানখন পাইলটসহ ১০৭জন যাত্ৰী লৈ লাহোৰৰ পৰা উৰা মাৰিছিল কাৰাচীলৈ। বিমান কাৰাচীত অৱতৰণ কৰাৰ সময়ত কাৰিকৰী বিজুতি ঘটি এটা অট্টালিকাত খুন্দা মৰাৰ ফলত দুঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে।

পাকিস্তানৰ কাৰাচীত ভয়ংকৰ বিমান দুৰ্ঘটনা |bit.ly/PakistanAirlinesAircraftCrashGanaAdhikarNewsGanaadhikar. Com | Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Friday, 22 May 2020

Leave a Reply

Your email address will not be published. Required fields are marked *