Wednesday , September 23 2020
শেহতীয়া খবৰ

বঙাইগাঁৱত লক ডাউন উলংঘা কৰি চুলাই মদৰ বেহা অব্যাহত আছে

দৈনিক গণঅধিকাৰঃ লক ডাউন উলংঘা কৰি চুলাই মদৰ বেহা অব্যাহত আছে বঙাইগাঁৱৰ বিভিন্ন অঞ্চলত ৷ বৃহস্পতিবাৰে আৰক্ষী বিভাগে বঙাইগাঁও চহৰৰ বাখাৰাপাৰা দ্বিতীয় খণ্ডৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ওচৰৰ ৰাণা দাস নামৰ চুলাই মদৰ বেপাৰীজনৰ গৃহত অভিযান চলায় ৷

এই অভিযানত চুলাই মদৰ লগতে মদ প্ৰস্তুত কৰা সাগ্ৰী উদ্ধাৰ কৰি সকলো নষ্ট কৰে ৷ লগতে আইন অনুসৰি চুলাই বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *