Monday , September 21 2020
শেহতীয়া খবৰ

বৰপেটাৰোডত লক ডাউন ভংগকাৰীৰ বিৰুদ্ধে সৰৱ আৰক্ষী

গণঅধিকাৰ, বৰপেটাৰোডঃ মহামাৰী ক’ভিড -১৯ প্ৰতিৰোধৰ বাবে দেশত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ লকডাউন অব্যাহত আছে যদিও লক ডাউন কিছু  শিথিল কৰাৰ পিছতে একাংশ লোকে যধেমধে ৰাস্তালৈ অহা লোকৰ  বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছে বৰপেটাৰোডৰ আৰক্ষী।অনুমতি বিহীন ভাৱে বিনাকাৰণত ঘূৰি ফুৰা লোকসকলৰ ওপৰত বৰপেটাৰোড আৰক্ষীয়ে আজি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়।

লকডাউন আইন অমান্য কৰি যান-বাহনৰ লৈ বিনা কামত ঘৰৰ পৰা বাহিৰলৈ ওলাই-অহা একাংশ লোকৰ   বাইক  জব্দ কৰে বৰপেটাৰোড আৰক্ষীয়ে।আনহাতে  মুখত মাক্স লোৱাটো বাধ্যতামূলক যদিও বহুতেই মাক্স নোলোৱাকৈ  ৰাজপথত ওলাই অহা এনে লোকক ৰখাই ভেকুলী জাপ দিবলৈ দি এইদৰে বিহিলে শাস্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *