Wednesday , September 23 2020
শেহতীয়া খবৰ

ভাৰতত কোৰোণাত ২০ জনৰ মৃত্যু

দৈনিক গণঅধিকাৰঃ বিশ্ব জুৰি ক’ৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰিছে৷ ভাৰততো মাৰাত্মক কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২০জনলৈ বৃদ্ধি।

উল্লেখযোগ্য যে ভাৰতত এইপৰ্যন্ত আক্ৰান্ত হৈছে মুঠ ৮৬৩ জন লোক। সুস্থ হৈ ঘৰলৈ উভতিছে ৭৩ জন লোকে। সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৫ লাখ ৫৮হাজাৰ ৩৫৭ জন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত। বিশ্বজুৰি ২৫হাজাৰ ২৬২ জন লোকৰ মৃত্যু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *