Thursday , August 13 2020
শেহতীয়া খবৰ

ভাৰতত কোৰোনাৰ সংহাৰী ৰূপ অব্যাহত। প্ৰতি মিনিত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়ংকৰভাবে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতত এই পৰ্যন্ত বৃদ্ধি পাইছে ১৪৪১১৮জন লোক কোৰোনাত আক্ৰান্তৰ সংখ্যা। ইয়াৰে মৃত্যু ঘটিছে ৪১১৭ জন আৰু সুস্থ হৈ উঠিছে ৫৯৯১৩ জন লোক। আনহাতে অসমতো ভয়াবহভাৱে প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। এতিয়ালৈকে অসমত ৫৩৯ জন লোকৰ দেহত কোৰোনা অৱস্থিতি পোৱা গৈছে। ইয়াৰ ভিতৰত ৬২ জন সুস্থ হৈ ঘৰলৈ যাবলৈ দিয়া হৈছে। মৃত্যু ঘটিছে চাৰিজন লোক। উল্লেখ্যযে আজিৰ দিনটোতে বৃদ্ধি পাইছে ১৪৭ জনকৈ লোক। বেছিসংখ্যক লোক বহিৰাজ্যৰ পৰা অহা। বিশ্বত বাতৰি লিখালৈকে ৫৫৪৪৬০০। প্ৰণ হানি হৈছে ৩৪৭৫৫৫ জনৰ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনৰ দুগৰাকী কভিড পজিটিভ ৰোগী গৃহমুখী । কৰ ৰোগী আছিল চাওক এই প্ৰতিবেদন । Coronavirus…

Posted by Gana Adhikar on Monday, 25 May 2020

Leave a Reply

Your email address will not be published. Required fields are marked *