Wednesday , September 23 2020
শেহতীয়া খবৰ

ভাৰতত যোৱা ২৪ ঘণ্টাত ১৭০ জনৰ মৃত্যু, আক্ৰান্ত ৰোগীৰ সংখ্যা ১.৫ লাখ অতিক্ৰম

নতুন দিল্লীঃ গোটেই বিশ্বৰ লগতে ভাৰততো কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ দেশত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১.৫ লাখ অতিক্ৰম কৰিলে৷

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,৫১,৭৬৭ জন আৰু ৪৩৩৭ জন৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত কোৰোনাত ৬,৩৮৭ জন নতুনকৈ আক্ৰান্ত হৈছে আৰু ১৭০ জনৰ মৃত্যু হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *