শেহতীয়া খবৰ

মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূজিলৈ মাজুলীৰ যুৱ ব্যৱসায়ী প্রিয়াৰ খানৰ ১০,০০০ টকাৰ চেক প্ৰদান

দৈনিক গণঅধিকাৰ, মাজুলীঃ বিশ্ব মহামাৰী কৰ’না ভাইৰাছৰ বিৰুদ্ধে চৰকাৰে চলাই থকা যুজঁ খন অধিক সৱল কৰি তুলিবলৈ ৰাজ্যৰ বিভিন্ন জনে সহায়ৰ হাত আগবঢ়াই আছে।সমান্তৰালভাৱে মুখ্যমন্ত্ৰী মাজুলীৰো বিভিন্ন জনে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূজিলৈ আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে।

আজি মাজুলীৰ এগৰাকী যুৱ ব্যৱসায়ী প্রিয়াৰ খানে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূজিলৈ ১০,০০০ টকাৰ আৰ্থিক সাহাৰ্য চেক যোগে আগবঢ়ায়।যুৱ ব্যৱসায়ী খানে মাজুলী জিলাৰ অতিৰিক্ত আয়ুক্ত হিমাদ্ৰী বৰাক সাক্ষাৎ কৰি চেক যোগে প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *