Home স্থানীয় যোৰহাটত পৌৰসভাৰ চেনিটাইজ

যোৰহাটত পৌৰসভাৰ চেনিটাইজ

26
0

গণ বাৰ্তা, যোৰহাট, ৮ মে’ : দেশ ব‍্যাপি মহামাৰী কোৰোনাৰ সংহাৰ ৰূপ ধাৰণ কৰাত জনসাধাৰণৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ প্ৰতি লক্ষ‍্য ৰাখি যোৰহাট নগৰৰ লগতে উপকণ্ঠ অঞ্চলসমূহত যোৰহাট পৌৰসভাৰ দ্বাৰা চেনিটাইজ কৰা হয় । কালি নগৰৰ বৰুৱা চাৰি আলিকে আদি কৰি মূল পথসমূহৰ লগতে ষ্টেট বেংকৰ চৌহদত চেনিটাইজ কৰাৰ লগতে যোৰহাটৰ উপকণ্ঠ ঢেকিয়াজুলি ডাক ঘৰতো বিভাগৰ নিৰ্দেশ মৰ্মে ডাক ঘৰৰ বিষয়া উষা শইকীয়াৰ উদ‍্যোগত ডাক ঘৰটো সম্পূৰ্ণৰূপে চেনিটাইজ কৰাত অঞ্চল বাসীয়ে প্ৰশংসা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here