Wednesday , September 23 2020
শেহতীয়া খবৰ

যোৰহাটৰ চীজল আগৰৱালাই ইউ পি এচ চিত পালে ১১২ তম স্থান

গণ বাৰ্তা, যোৰহাট, ৫ আগষ্টঃ আজি ঘোষণা হোৱা UPSC পৰীক্ষাৰ ফলাফলত যোৰহাটৰ চীজল আগৰৱালাই ১১২ তম স্থান লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনে।যোৰহাটৰ কাৰ্মেল স্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা উতীৰ্ণ হৈ যোৰহাটৰে আচাম ৰাইফলচ স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উতীৰ্ণ হৈ দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ পৰা বি কম পাছ কৰাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লয়।তেও UPSCত চাৰিবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত এইবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হয়।চীজল যোৰহাটৰ ব্যৱসায়ী বিনোদ কুমাৰ আগৰৱালা আৰু মমতা দেৱী আগৰৱালাৰ কন্যা তথা যোৰহাটৰ চেম্বাৰ ৰোডৰ বাসিন্দা। আনহাতে ৬৯৭ তম স্থান লাভ কৰি যোৰহাট জিলাৰ ভগামুখৰ নিবেদিতাই গৌৰৱ কঢ়িয়াই আনে ।

Leave a Reply

Your email address will not be published. Required fields are marked *