Friday , September 25 2020
শেহতীয়া খবৰ

১২  নং আসাম ৰাইফলছৰ বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন

 গণ বাৰ্তা ,সাপেখাতী, ১ছেপ্টেম্বৰ :   প্ৰকৃতিক সেউজ কৰণৰ এক মহান উদ্দেশ্য লৈ সাপেখাতী স্থিত ১২  নং আছাম ৰাইফলছে গাওঁৱে গাওঁৱে  গছৰ পুলি বিতৰণ কৰে  ৷

১২ নং  আছাম ৰাইফলছৰ উদ্যোগত সাপেখাতী,বৰহ,হাওঁফাওঁ,  হাতীপুখুৰী,বাৰেগাওঁ,টাইৰাই,বাঘমৰীয়াল,মৰাণহাবি, ন জৱকা,সৰুপথাৰ,বালিজান গ্ৰান্ট আৰু ভোগবাৰীকে আদি কৰি বহুকেইখন গাওঁত আমলখি জামু  ,চিচু গছকে আদি কৰি বহু মূল্যবান গছৰ পুলি প্ৰতিখন গাৱঁতে  ৫০ টাকৈ  ৰোপন কৰে ৷ আসাম ৰাইফলছৰ এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *