Friday , September 25 2020
শেহতীয়া খবৰ

২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৪০৯ জন কোৰোনাত আক্ৰান্ত

দৈনিক গণঅধিকাৰঃ ভাৰতত কোৰোনা ভাইৰাছৰ প্ৰকোপ অব্যাহত আছে। যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৪০৯জন লোক নতুনকৈ অক্ৰান্ত হোৱাত ভাৰতত মুঠ কোৰোনা ৰোগীৰ সংখ্যা ২১৩৯৩ জনলৈ বৃদ্ধি পাইছে। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি যোৱ ২৪ ঘণ্টাত ৩৩৮ জন লোক কোৰোনাৰ আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে।

ভাৰতত সুস্থ হৈ উঠা কোৰোনা ৰোগীৰ সংখ্যা হৈছেগৈ ৪২৫৭জন। লগতে এই বুলিয়ো প্ৰকাশ কৰিছে যে ৭৮ খন জিলা যোৱা ১৪ দিনে নতুনকৈ কোনো লোক আক্ৰান্ত হোৱা নাই। ভাৰতত কোৰোনাত মৃতকৰ সংখ্যা ৬ শতাধিক হৈছেগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *