Monday , September 21 2020
শেহতীয়া খবৰ

২৯ আগষ্ট শনিবাৰে খোলা থাকিব চৰকাৰী কার্যলয় আৰু বেংক

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২৮ আগষ্ট : কাইলৈ অৰ্থাৎ ২৯ আগষ্টত খোলা থাকিব সকলো চৰকাৰী কাৰ্যালয়, বেংক৷

🔴  পূৰ্বে সাপ্তাহিক লকডাউনৰ বাবে শনিবাৰে বন্ধ আছিল কাৰ্যালয়
🔴  অৱশ্যে মাহটোৰ দ্বিতীয় আৰু চতুৰ্থটো শনিবাৰে পূৰ্বৰ দৰে থাকিব বন্ধ৷
🔴  মাহৰ বাকীকেইটা শনিবাৰে চৰকাৰী কাৰ্যালয় খোলাৰ নিৰ্দেশ৷
🔴  ৰাজ্য চৰকাৰৰ মুখ্য সচিবে শুকুৰবাৰে দিলে এই নিৰ্দেশনা ।

Leave a Reply

Your email address will not be published. Required fields are marked *