Friday , September 25 2020
শেহতীয়া খবৰ

Videos ৰাজ্যজুৰি ঈদ-উল ফিতৰ উদ্‌যাপন

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পবিত্ৰ ঈদ উল ফিতৰ উদ্‌যাপন কৰে ইছলাম ধৰ্মৱালম্বী লোকসকলে। উল্লেখ্য যে এইবাৰৰ ঈদ কিছু ব্যতিক্ৰমী ৰূপত পালন কৰিবলৈ সংকপ্ল লোৱা দেখা গল। কাৰণ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ সমান্ততৰালভাবে কোৰোনা ভাইৰাচে সংহাৰী ৰূপ লৈছে।তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু চৰকাৰী নীতি-নিৰ্দেশনাক সন্মান জনাই  আজি গুৱাহাটী, মঙলদৈ, বৰপেটা, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগৰ আদিৰ বিভিন্ন ঠাইত  সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ ধৰ্মীয় অনুসাৰে ঈদ উদ্‌যাপন কৰে।

লকডাউনৰ মাজতে ঈদ উপলক্ষে আজান ফকীৰৰ হেৰাই যাবলৈ ধৰা চিৰযুগমীয়া জিকিৰবোৰ জীপাল কৰি তোলাৰ এক সুন্দৰ প্ৰচেষ্টা গণ অধিকাৰ…

Posted by Gana Adhikar on Monday, 25 May 2020

 

পবিত্ৰ ঈদ উল ফিতৰ অসমৰ ৰাইজে কেনেদৰে পালন কৰিব লাগে সেই সন্দৰ্ভত বিশিষ্ট কেইজনমান ব্যক্তিয়ে কি গুৰুত্বপূৰ্ণ মন্তব্য…

Posted by Gana Adhikar on Sunday, 24 May 2020

যোৰহাট ঈদগাহত ঈদৰ দিনা কি হল ,চাওক এই প্ৰতিবেদন । #Eid | #Assam | #EidamidstLockdown | #EidMaidans | #Jorhat Ganaadhikar. Com | Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Monday, 25 May 2020

Leave a Reply

Your email address will not be published. Required fields are marked *