Sunday , September 20 2020
শেহতীয়া খবৰ

ৰাজ্যত আৰু ১৯ জনৰ দেহত ওলাল কোৰোণা পজিটিভ, ৬ শতাধিকলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা

দৈনিক গণঅধিকাৰঃ  অসমত আৰু ১৯ গৰাকী লোক কোৰোনা ভাইৰাছৰত অৱস্থিতি ধৰা পৰিছে ৷ নতুনকৈ আক্ৰান্ত হোৱা ৭ গৰাকী কৰিমগঞ্জৰ, ৫ গৰাকী গোৱালপাৰাৰ, ৩ গৰাকী গুৱাহাটীৰ, ১ গৰাকীকৈ ক্ৰমে ধুবুৰী, হাইলাকান্দি, লখিমপুৰ আৰু ওদালগুৰিৰ ৷ ইয়াৰ ভিতৰত ৭জন কৰিমগঞ্জৰ, ৫জন গোৱালপাৰাৰ, ৩জন গুৱাহাটীৰ আৰু ধুবুৰী, হাইলাকান্দি, ওদালগুৰি, লখিমপুৰৰ এজনকৈ লোক আছে। অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৬১৬জনলৈ।

ইয়াৰ ভিতৰত ৫৪৭জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৬২জন। চাৰিজন লোকৰ মৃত্যু হৈছে কোৰোণাত।  তিনিজন লোক ওলাই গৈছে ৰাজ্যৰ বাহিৰলৈ। টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *