Thursday , August 13 2020
শেহতীয়া খবৰ

ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ভয়াবহভাৱে ৬০৫৬ জনলৈ বৃদ্ধি

ৰাজ্যত ক্ৰমান্বয়ে দ্ৰুত গতিত বৃদ্ধি পাই কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ৬০৫৬ জন। গুৱাহাটীকে ধৰি আন আন জিলাত দৈনিক শ শ লোক আক্ৰান্ত হৈছে। আজি নতুনকৈ ২০৩জনৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰে। অৱশ্যে আজি বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ১৯৭ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হয় ৷ আৰু সৰ্বমুঠ ৩৭৬২ গৰাকী সুস্থ হয়। ইয়াৰ ফলত ৰাজ্যত ৰোগী সুস্থ হোৱাৰ হাৰ ৬৪.৩ শতাংশ হয়গৈ ৷ বৰ্তমাত ২২৮২ জন চিকিৎসাধীন হৈ আছে আৰু ৯ জনৰ মৃত্যু ঘটিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *