শিৱসাগৰ সদৰ থানাৰ OC কুলেন্দ্ৰ হুজৰীক নিলম্বন । শৃংখল চলিহাৰ গোচৰ সন্দৰ্ভত নিলম্বন OC ক ।

504

শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলেন্দ্ৰ হুজৰীক নিলম্বন । শৃংখল চলিহাৰ গোচৰ সন্দৰ্ভত নিলম্বন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক । গ্ৰেপ্তাৰৰ পিছতেই শৃংখল চলিহাই জামিন লাভ কৰা বাবেই নিলম্বন OC কুলেন্দ্ৰ হুজৰীক।

শৃংখল চলিহাৰ জামিন প্ৰসংগত নিলম্বনৰ সন্দেহ । মঙ্গলবাৰে ৯ টাকৈ ধাৰা সংযোজিত শিৱসাগৰ সদৰ থানাৰ ৬৩/২৩ নম্বৰ গোচৰত জামিন লাভ কৰিছিল শৃংখল চলিহাই । আদালতে শৃংখল চলিহাৰ জামিন মঞ্জুৰ কৰাৰ পিছতে চৰকাৰৰ ৰোষত পৰি নিলম্বন হব লগা হ’ল শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰী ।

Leave A Reply

Your email address will not be published.