ৰঙিয়া আৰক্ষীৰ জালত স্কুটি চোৰ ।

313

ৰঙিয়া আৰক্ষীৰ জালত স্কুটি চোৰ ।

ঙিয়া আৰক্ষীয়ে আজি দুজনকৈ স্কুটি চোৰক আটক কৰাৰ লগতে চুৰি হোৱা AS25-G -5155 নম্বৰৰ স্কুটি এখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আটকাধিন চোৰ দুজন হৈছে ৰঙিয়া ২ নং ওৱাৰ্ডৰ আচাদুল আলী আৰু ৰঙিয়া কলমনিৰ হিমাংশু নাথ ।

ৰঙিয়া আৰক্ষী থানাত ভাৰতীয় দণ্ডাবিধি আইনৰ অধিনত 273/23 U/S 379 ধাৰাত ৰুজু হৈ থকা এক গোচৰৰ ভিত্তিত বাইক চোৰ দুজনক ৰঙিয়া আৰক্ষীয়ে বিচাৰি আছিল । ধৃত বাইক চোৰ দুজনক আৰক্ষীয়ে সোধপোচ অব্যহত ৰাখিছে ।।

Leave A Reply

Your email address will not be published.