ৰাজ্যৰ ৩০০খন মাদ্ৰাছাত ওলমিব তলা। ইতিমধ্যে তালিকা চূড়ান্ত হৈছে : মুখ্যমন্ত্ৰী

694

তিনিচুকীয়া জিলাৰ বৰগুৰিত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি Bhabesh kalita ভৱেশ কলিতা উপস্থিতিত, মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ইশুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্মিত দলীয় কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’।

আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীৰামেশ্বৰ তেলী , কেবিনেট সতীৰ্থসকল, জিলা সভাপতি তথা দলৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ নেতৃবৰ্গ আৰু কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে । সংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যৰ ৩০০খন মাদ্ৰাছাত ওলমিব তলা। ইতিমধ্যে তালিকা চূড়ান্ত হৈছে : মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ই এই মন্তব্য কৰে ।

Leave A Reply

Your email address will not be published.