Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ২০২৩ ৰ অস্কাৰ বঁটালৈ গুজৰাটী ছবি শ্বেল’শ্ব’

২০২৩ ৰ অস্কাৰ বঁটালৈ গুজৰাটী ছবি শ্বেল’শ্ব’

94
0


নতুন দিল্লী, ২০ ছেপ্টেম্বৰ ঃ ২০২৩১ অস্কাৰ বঁটালৈ ভাৰতৰ তৰফৰ পৰা আনুষ্ঠিক প্ৰৱেশ কৰিছে গুজৰাটী ছবি ‘শ্বেল’শ্ব’৷ আৰ আৰকে ধৰি কে’বাখনো ছবিক অতিক্ৰম কৰি এই ছবিখনে অস্কাৰ বঁটাৰ বাবে ভাৰতৰ পৰা আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছে৷ ফিল্ম ফেডাৰেশ্বন অৱ ইণ্ডিয়াই আজি আনুষ্ঠানিকভাৱে ইয়াৰ ঘোষণা কৰে৷ পৰিচালক পান নলিনৰ এই ছবিখনক ইংৰাজী ‘লাষ্ট ফিল্ম শ্ব’ ৰূপে নামকৰণ কৰা হৈছে৷ এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত সোণৰ পদক লাভ কৰিছিল৷ এই ছবিখনে এইক্ষেত্ৰত বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰী ফাইল্‌ছ’ আৰু এছ এছ ৰাজামৌলিৰ ‘আৰ আৰ’কো অতিক্ৰম কৰি অস্কাৰত প্ৰৱেশ কৰিছে৷ ছবিখন প্ৰথমবাৰলৈ ২০২১ত ত্ৰিবেকা চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শনী কৰা হৈছিল, য’ত ছবিখনে দৰ্শকৰ পৰা ব্যাপক সমাদৰ লাভ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here