Home গুৱাহাটী অখিলে দিনত এটা কথা কয় আৰু ৰাতি এটা কথা কয় : প্ৰদ্যুৎ...

অখিলে দিনত এটা কথা কয় আৰু ৰাতি এটা কথা কয় : প্ৰদ্যুৎ বৰদলৈ

139
0


গুৱাহাটী, ৬ ছেপ্তেম্বৰ : প্ৰদেশ কংগ্ৰেছে বাৰম্বাৰ অখিল গগৈ আৰু তেওঁৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগটো নস্যাৎ কৰি আহিলেও দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰি অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱাটো খাটাং বুলি মন্তব্য কৰাৰ পিছত হ×জনৰ পিছত সিজনকৈ কংগ্ৰেছ নেতাহ× উভতি ধৰিছে অখিল গগৈক। মুঠতে অখিল গগৈৰ কাম-কাজ আৰু কেতবোৰ কথা-বতৰাহ× প্ৰদেশ কংগ্ৰেছক অখিলৰ উদ্দেশ্যক লৈও সন্দিহান কৰি তুলিছে। আজি কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এক মন্তব্যৰ জৰিয়তে পুনৰ স্পষ্ট কৰি দিলে যে অখিল গগৈক কোনোমতেহ× কংগ্ৰেছে বিশ্বাসত লোৱা নাহ× আৰু লোৱাৰ সম্ভাৱনাও নাহ×। আজি সাংসদ বৰদলৈয়ে গুৱাহাটীত এখন সংবাদমেলত কয় যে অখিল গগৈৰ দৰে মানুহ এজনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া তেওঁ আচলতে দিবহ× নিবিচাৰে। অখিল গগৈৰ কথাৰ কি মূল্য আছে! তেওঁ দিনত এটা কথা কয়, ৰাতি এটা কথা কয়। তেওঁ লগতে অখিল গগৈ বা ৰাহ×জৰ দলৰ নাম উল্লেখ নকৰাকৈ অতি কৌশলীভাৱে এহ×দৰেও মন্তব্য কৰে যে ‘উপ-নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছে সকলো বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰিছোঁ। কিন্তু তাত বিজেপিৰ বি টীম হৈ কাম কৰা কোনো ব্যক্তি বা দলৰ স্থান নাথাকিব।’ একে সময়তে তেওঁ এহ×দৰেও মন্তব্য কৰে যে ব্যক্তিগতভাৱে তেওঁ বিচাৰে কংগ্ৰেছে নিজৰ শক্তিৰে অকলেহ× উপ-নিৰ্বাচনত অৱতীৰ্ণ হওক। উল্লেখ্য যে উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি হ×তিমধ্যে দলসমূহৰ মাজত তৎপৰতা আৰম্ভ হৈছে। কিন্তু তাৰ মাজতে কংগ্ৰেছৰ মহাজোঁটত মেলিলে এক ফাট। মহাজোঁটৰ পৰা আঁতৰাহ× পঠিওৱা হ’ল এআহ×হ×ড×ডিএফক। সকলোৱে ভাবিছিল এআহ×হ×উডিএফক আঁতৰাহ× ৰাহ×জৰ দলক বুকুত সাবটি ল’ব কংগ্ৰেছে। কিন্তু শেহতীয়াকৈ কংগ্ৰেছৰ বহুকেহ×গৰাকী নেতাহ× অখিল গগৈৰ প্ৰতি এক বিশ্বাসহীন ধাৰণা লোৱা পৰিলক্ষিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here