Home অসম অসম-অৰুণাচল সীমা বিবাদ: শদিয়া-পূব ছিয়াঙৰ বিবদমান অঞ্চল পৰিদৰ্শন মন্ত্ৰীগোটৰ ১৫ ছেপ্তেম্বৰৰ ভিতৰত...

অসম-অৰুণাচল সীমা বিবাদ: শদিয়া-পূব ছিয়াঙৰ বিবদমান অঞ্চল পৰিদৰ্শন মন্ত্ৰীগোটৰ ১৫ ছেপ্তেম্বৰৰ ভিতৰত প্ৰথম প্ৰতিবেদন দাখিলৰ সিদ্ধান্ত

155
0


বিশেষ প্ৰতিনিধি, ২৪ আগষ্ট: কে’বাদশক ধৰি অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা সমস্যাৰ ফলপ্ৰসূ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনে অধিক তৎপৰতাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আহিছে৷ অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয় ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুই বিগত ১৫ জুলাইত স্বাক্ষৰ কৰিছিল ঐতিহাসিক ‘নামচাই ঘোষণা-পত্ৰ’ত৷ এই ঘোষণা-পত্ৰৰ সিদ্ধান্ত অনুযায়ী গঠন হোৱা আঞ্চলিক সমিতিৰ হাজাৰতকৈ অধিক সাধাৰণ নাগৰিক নিহত হৈছে৷ ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখৰ পুৱা ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰে পৰা প্ৰায় জ্ঝ হাজাৰ ইউক্ৰেইনৰ সৈন্য যুদ্ধত নিহত হৈছে৷ এই তথ্য দি ইউক্ৰেইনৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল ভেলেৰী জালুজনীয়ে কয় যে এতিয়াও যুদ্ধ শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই৷ জেনেৰেল ভেলেৰী জালুজনীয়ে এটা অনুষ্ঠানত কয় যে ইউক্ৰেইনৰ বহু শিশুক চোৱা-চিতা কৰাৰ প্ৰয়োজন আছে৷ কাৰণ, তেওঁলোকৰ পিতৃসকল সন্মুখৰ লাইনত আছে আৰু তেওঁলোকৰ ভিতৰত প্ৰায় জ্ঝ হাজাৰ নায়কে প্ৰাণ হেৰুৱাইছে৷ একে সময়তে এজন বিষয়াই জনোৱা মতে, সোমবাৰে নিকোপ’লত ৰাছিয়াৰ গুলীচালনাত চাৰিজন লোক আহত হৈছে৷ ১২ জুলাইৰ পৰা ৰাছিয়াৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ পিছত ৮৫০টা অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ইয়াৰ প্ৰায় আধা জনসংখ্যাই চহৰখনৰ পৰা পলায়ন কৰিছে৷ ইউক্ৰেইনৰ প্ৰলয় ৭০ লাখ লোক চুবুৰীয়া পোলেণ্ড, যুগোশ্লাভিয়া আদি দেশলৈ পলাই গৈছে৷ লক্ষাধিক বিদেশী লোকেও ইউক্ৰেইন এৰি নিজ নিজ দেশলৈ ঘূৰি গৈছে৷ নিকোপলত থকা নিজৰ ধবংসপ্ৰাপ্ত চাৰিমহলীয়া ঘৰৰ বাহিৰত থিয় হৈ থকা ৭৪ বছৰীয়া লিউডমাইলা শিশকিনাই কয় যে মই ৰাছিয়াক ঘৃণা কৰো৷ শিস্কিনাৰ ঘৰৰ এখনো দেৱাল বাকী নাই৷ ১০ আগষ্টত সংঘটিত বিস্ফোৰণত তেওঁ আহত হোৱাৰ লগতে স্বামী এণ্টোলিৰ মৃত্যু হয়৷ শিস্কিনাৰ পুত্ৰ পাভলোৱে কয় – ‘আনকি দ্বিতীয় বিশ্বযুদ্ধই মোৰ দেউতাক মোৰ পৰা কাঢ়ি নিব নোৱাৰিলে, কিন্তু ৰাছিয়াৰ যুদ্ধই তেওঁক লৈ গ’ল৷’ ইউক্ৰেইনৰ প্ত,৫৮জ্জজন সাধাৰণ নাগৰিক নিহত হোৱাৰ বিপৰীতে জ্জ,৮৯০জন লোক আহত হৈছে৷ কিন্তু এই আনুমানিক পৰিসংখ্যা প্ৰকৃত সংখ্যাতকৈ বহু কম হ’ব বুলি আশংকা কৰা হৈছে৷ ৰাছিয়াৰ সেনাৰ বৰ্বৰ আক্ৰমণত ইউক্ৰেইনৰ প্ৰায় ৯৭২টি শিশু নিহত হৈছে৷ ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিয়ে সোমবাৰে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ দমন আৰম্ভ হোৱাৰ পিছত কমেও ৯৭২টি ইউক্ৰেইনৰ শিশু নিহত বা আহত হৈছে৷ ইউনিছেফৰ কাৰ্যবাহী সঞ্চালিকা কেথেৰিন ৰাছেলে কয় যে এইবোৰ ৰাষ্ট্ৰসংঘই পৰীক্ষণ কৰা পৰিসংখ্যা কিন্তু ‘আমি বিশ্বাস কৰোঁ যে প্ৰকৃত সংখ্যা আৰু বহু বেছি হ’ব৷’ এতিয়াও ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় মহলে ইউক্ৰেইন আক্ৰমণৰ পৰা ৰাছিয়াক বিৰত কৰিব পৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here