
পবিত্ৰ ৰমজান মাহৰ শেষত হবলগা ঈদ উল ফিতৰ উপলক্ষে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সভাপতি ড০ আতোৱাৰ ৰহমান , উপসভাপতি ত্রুমে অৱসৰ প্ৰাপ্ত এ চি এচ বিষয়া এমৰান খন্দকাৰ, প্ৰাক্তন উপায়ুক্ত আব্দুৰ ৰহিম শ্বেইখ, ড০ জাকিৰ হুছেইন, আহমেদ হুছেইন, সাধাৰন সম্পাদক ছাহজাহান, সম্পাদক মাজেদুৰ ৰহমান আহমেদে ইছলাম ধৰ্মালম্বী লোকসকলৰ লগতে অসমবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। ৰোজা পালন কৰাৰ অন্ততঃ এই কৰোণাকালত সকলোৱে চৰকাৰী নিৰ্দেশনা মানি ঈদ পালন কৰাৰ বাবে মুছলমান সমাজলৈ ছ’চাইটীৰ বিষয়া সকলে আহ্বান জনায় আৰু ঘৰতে থাকি প্ৰশাসনে বান্ধি দিয়া নিয়ম নীতি মানি আমি ঘৰতে ঈদৰ নামাজ আদায় কৰা উচিত।
লগতে নেলী ডেভলেপমেন্ট কমিটিৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু সাধাৰন সম্পাদক মহ: ছিৰাজ উদ্দিন আহমেদ আৰু মুখ্য আহ্বায়ক তথা জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰে এই ত্যাগৰ উৎসৱ পবিত্র ঈদুল ফিতৰ উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰি এক বিবৃতি কয় যে পবিত্র দিনটো আমি সকলোৱে হিংসা, বিদ্বেষ ত্যাগ কৰি শান্তি আৰু ভাতৃত্ববোধে আগবাঢ়ি এক সুস্হ সবল সমাজ গঢ়াৰ সং