Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় তামিলনাডুত মন্দিৰৰ ৰথ যাত্ৰাত দুৰ্ঘটনা : শিশু-সহ নিহত ১১জন

তামিলনাডুত মন্দিৰৰ ৰথ যাত্ৰাত দুৰ্ঘটনা : শিশু-সহ নিহত ১১জন

167
0

চেন্নাই, ২৭এপ্ৰিল: তামিলনাডুত থাঞ্জাভুৰ জিলাৰ এটা মন্দিৰলৈ ৰথ যাত্ৰাৰ সময়ত এক দুৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা অনুসৰি বুধবাৰে পুৱতি নিশা বৈদু্যতিক তাঁৰৰ খুন্দাত এঘাৰজন লোকৰ মৃত্যু হয়৷ মৃতসকলৰ ভিতৰত দুটা শিশুও আছে৷ ইয়াৰ উপৰি উক্ত দুৰ্ঘটনাত পোন্ধৰজন লোক আহত হয়৷ তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টালিনে ঘটনাটোত শোক প্ৰকাশ কৰিছে আৰু মৃতকৰ নিকটাত্মীয়ক প্ত লাখ টকাৰ অনুদান ঘোষণা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here