দৰঙৰ ধূলাত চলিছে গুণ্ডা-মাফিয়াৰাজ…

হাতে হাতে জাঠি জোংলৈ দিন দুপৰতে বৃদ্ধা মহিলাক আক্ৰমণ কৰি ঘৰত অগ্নি সংযোগ এদল গুণ্ডাবাহিনীৰ। জিলা প্ৰশাসনক বৃদ্ধাংগুষ্ট দেখুৱাই দৰঙৰ ধুলাত চলিছে মাফিয়াৰাজ । নিৰিহ জনতাক ভয় ভাবুকি দেখুৱাই ভুমি বেদখলত নামিছে গুণ্ডাবাহিনীৰ দলটোৱে।দৰঙৰ ধূলা

গায়ক তথা অধিবক্তা, ড° ভূপেন হাজৰিকাৰ ভাগিন আৰু কিংবদন্তি কণ্ঠশিল্পী দম্পতী সুদক্ষিনা শৰ্মা -প্ৰয়াত…

গণশিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ পুত্ৰ, বিশিষ্ট কণ্ঠশিল্পী-গীতিকাৰ- সুৰকাৰ ঋষিৰাজ শৰ্মাৰ মৃত্যু । এজন ভাল মানুহ, এজন ভাল শিল্পী , অতি নম্ৰ, অমায়িক, মৃদুভাষী, গণশিল্পী প্রয়াত দিলীপ শৰ্মা আৰু সুদক্ষীনা শৰ্মাৰ পুত্ৰ, ড০ ভূপেন

চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মাছৰ উজান

চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মাছৰ উজান । ৰৌ, ভকুৱা, গ্লাছ কাপ, কমল কাঠ আদি মাছৰ ৰাজপথত কিৰিলি । WB 65 C 3214 নম্বৰৰ চকা ফুটি আজি ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল মাছভৰ্তি বলেৰো ভেন। কথমপি প্ৰাণ ৰক্ষা চালক হেণ্ডিমেনৰ। ছয়

সৰভোগত আম আদমি পাৰ্টিৰ কাৰ্যালয় মুকলি

ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টিৰ সৰভোগ সমষ্টিৰ মুখ্য কাৰ্য্যালয়টি সৰভোগত মুকলি কৰে৷মুখ্যদ্বাৰ মুকলি কৰে আম আদমি পাৰ্টিৰ উত্তৰ পূবৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই,সভাত আপ অসমৰ উপ-সভাপতি জিতুল ডেকা,ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক মানছুৰ

বৰপেটাৰোডত ৰাজ সাহায্যযুক্ত কলা সাৰৰ বিৰুদ্ধে বৃহৎ আৰক্ষীৰ অভিযান

আমিনুল হক, বৰপেটা ৰোডঃ বৰপেটা-বাক্সা আৰক্ষীৰ অভিযানত বৰপেটাৰোডৰ ৰাজু পথৰ গুদামৰ পৰা উদ্ধাৰ হাজাৰ হাজাৰ বস্তা ইউৰিয়া আৰু ডি এ পি আদিকৰি ৰাজসাহায্যযুক্ত কলা সাৰ। বাক্সা শালবাৰী মহকুমা আৰক্ষী বিষয়া নিলোৎপল শইকীয়াৰ নেতৃত্বত চলা অভিযানত জব্দ

বৰপেটাৰ ৰায়পুৰৰ বাঁহ-বেতৰ উদ্যোগ পৰিদৰ্শন কৰিলে দক্ষিণ আফ্ৰিকাৰ ঘানা ৰাষ্ট্ৰৰ চৰকাৰী প্ৰতিনিধি দলে…

দিদাৰ হুছেইন, হাউলিঃ নামনি অসমৰ বৰপেটা জিলাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ চকচকা আৰু বৰপেটা উন্নয়ন খণ্ডৰ অধীনস্থ ৰায়পুৰ,হাজীপাৰা এলেকাত গঢ়ি উঠা ক্ষুদ্ৰ বাঁহ-বেতৰ উদ্যোগ সমূহ দক্ষিণ আফ্ৰিকাৰ ৰিপাব্লিক অৱ ঘানা ৰাষ্ট্ৰৰ ছয় জনীয়া এটি

আনন্দ তাঁতীৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া কিশোৰী …

পুনৰ মানৱ সমাজৰ এক লজ্জাজনক কাণ্ড। আনন্দ তাঁতীৰ কামনাৰ বলি হ'ল ১২ বছৰীয়া মিতালী শইকীয়া কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় আনন্দ তাঁতীৰ শৌচাগাৰত।মাৰ্ঘেৰিটাৰ জঘন্য বলাৎকাৰ কাণ্ডই জোকাৰিছে ৰাজ্য । চেগুনবাৰীত লম্পট আনন্দ তাঁতীৰ পৈশাচিক আনন্দ ।

শিৱসাগৰ সদৰ থানাৰ OC কুলেন্দ্ৰ হুজৰীক নিলম্বন । শৃংখল চলিহাৰ গোচৰ সন্দৰ্ভত নিলম্বন OC ক ।

শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলেন্দ্ৰ হুজৰীক নিলম্বন । শৃংখল চলিহাৰ গোচৰ সন্দৰ্ভত নিলম্বন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক । গ্ৰেপ্তাৰৰ পিছতেই শৃংখল চলিহাই জামিন লাভ কৰা বাবেই নিলম্বন OC কুলেন্দ্ৰ হুজৰীক। শৃংখল

বৰাক উপত্যকাত মন্ত্ৰী পীযূষ হাজৰিকা

আজি বৰাক উপত্যকা ভ্ৰমণৰ দ্বিতীয় দিন মন্ত্ৰী পীযূষ হাজৰিকাৰ। আজি শিলচৰ সমষ্টিৰ অন্তৰ্গত বদ্ৰীঘাট নামৰ স্থানত বৰাক নদীৰ পাৰত প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰীৰ ওখ আৰু সৱল কৰিবলৈ গ্ৰহণ কৰা কাৰ্যপন্থাৰ বুজ লয় মন্ত্ৰী পীযূষ হাজৰিকাই ।

আজি ২ বজাত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।

আজি ২ বজাত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ফলাফল সন্দৰ্ভত সংবাদমেল সম্বোধন আয়োগৰ। ঘোষণা কৰা হ'ব ১৪ হাজাৰ ২৮১টা পদৰ ফলাফল। ১,৭১৯ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১,৪৯৬ গৰাকী SC, ১৮৬৪জন ST(P), ৭৩১ গৰাকী ST(H), ৬,২৩৬ গৰাকী OBC, ২,২৩৫জন