Bhuyan

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় নগৰবেৰাৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰি সাংবাদিকতা ডিপ্লোমা গ্ৰহণ কৰোঁ । সাংবাদিকতাৰ জগত খনত ৩ টা বসন্ত পাৰ কৰিলোঁ। শেহতীয়াকৈ দৈনিক গণ অধিকাৰত যোগদান কৰিছোঁ।
বন্ধু তুমি positive থাকা৷মোৰ প্ৰতি অকমানবিশ্বাস ৰাখা৷তুমি কেতিয়াওনুশুনা,মই তোমাকভালপাওঁ বুলি!তুমি মোৰ প্ৰিয়তমানাছিলা কেতিয়াওআৰু নোহোৱাওযে কেতিয়াও!তোমাৰমন মগজুৱেমোককাষত বিচাৰিলে!কাষত...
বটদ্ৰৱা ডুমডুমীয়া সংযোগী গড়কাপ্তানী পথৰ ৰামপুৰ সত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ঠিতাতে মৃত্যু এজন মটৰচাইকেল আৰোহীৰ। মৃত্যু...