Gana Adhikar News
অসমৰ ভূমিত মিজোৰাম আৰক্ষীয়ে পুনৰ নিৰ্মাণ কৰিছে শিবিৰ
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ : অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত সেই বৰ্বৰ ঘটনা এতিয়াও প্ৰতিগৰাকী অসমীয়াৰ মাজত চৰ্চিত হৈ আছে। মিজোৰাম আৰক্ষীৰ ভয়াৱহ আক্ৰমণত...
চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিত এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম নিৰ্মাণৰ...
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ ছেপ্তেম্বৰ: ১৯৬৬ চনৰ বেংকক এছিয়াডত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ জয়েৰে প্ৰথমগৰাকী অসমীয়া হিচাপে আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ক্ৰীড়াংগণত অসমক এক নতুন পৰিচিতি...
জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত গোলাঘাটত টাই আহোম যুৱ পৰিষদৰ অবস্থান...
গণ বাৰ্তা, গোলাঘাট ,৩ ছেপ্টেম্বৰ : টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি গোলাঘাটতো গোলাঘাট জিলা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত সমিতিৰ সদস্য...
লালুকত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ
গণ বাৰ্তা, লালুক,৩ চেপ্তেম্বৰ : গেৰুকামূখত নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই লখিমপুৰ, ধেমাজি, মাজুলীৰ লোকসকলৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । ইয়াৰ...
বিগ বছ-১৩’ ৰ বিজেতা, অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ শেষকৃত্য সম্পন্ন
নিউজ ডেস্ক, গণবাৰ্তা , ৩ ছেপ্তেম্বৰ: পঞ্চভূতত বিলীন বিগ বছ-১৩’ ৰ বিজেতা, অভিনেতা সিদ্ধাৰ্থ শুক্লা। যোৱা বৃহস্পতিবাৰে মৃত্যু হোৱা সুদৰ্শন অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ শেষকৃত্য সম্পন্ন।পুৱা...
নাট্যকাৰ ভবেন বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী,২ ছেপ্তেম্বৰঃ প্ৰয়াত বিশিষ্ট নাট্যকাৰ,অভিনেতা ভবেন বৰুৱাৰ মৃত্যু দিৱস আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে৷...
কাকজান ক্ৰীড়া সন্থাৰ খেলপথাৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন
গণ বাৰ্তা, কাকজান ৩ চেপ্তেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে কাকজান খেলপথাৰতো আজি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়।কাকজান ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আৰু কাকজান ক্ৰীড়া...
অসমৰ পৰা দিল্লীলৈ চাইকেল যাত্রা ৩৪ জন সেনা জোৱানৰ : মানিকপুৰ...
গণবাৰ্তা, মাণিকপুৰ , ৩ ছেপ্তেম্বৰ : স্বাধীন ভাৰতৰ ৭৫ টা বছৰ অতিক্ৰম কৰিলে।এই শুভক্ষণত ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যৰ সমান্তৰাল ভাৱে অসমৰ গুৱাহাটী আৰু তেজপুৰৰ...
গোলাঘাট জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ : ৫ ছেপ্টেম্বৰৰ...
গণ বাৰ্তা বিশেষ, গোলাঘাট, 3 ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্তই উপায়ুক্তৰ কাৰ্য্যালয়ৰ...
মহানগৰীৰ মাজমজিয়াত উদ্ধাৰ ২০ কোটি টকাৰ ড্ৰাগছ : ট্ৰাকৰ তেলৰ টেংকীত...
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ ছেপ্টেম্বৰ : ড্ৰাগ্ছ আৰু চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে অসম আৰক্ষী। বিশেষকৈ ড্ৰাগ্ছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মাৰাথন অভিযান চলাই...