Gana Adhikar News
আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত ফাদিল জালিয়াতি , ভুৱা প্ৰমাণপত্ৰ দাখিল, ২১ প্ৰাৰ্থীক...
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ ঃ অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হৈছে ভয়াৱহ জালিয়াতি-কাণ্ড৷ কম্পিউটাৰ পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈয়ে ভুৱা কম্পিউটাৰৰ প্ৰমাণ-পত্ৰ দাখিলেৰে লাভ কৰিছে...
ঔদ্যোগিক ক্ষেত্ৰৰ সৈতে চৰকাৰৰ কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ: ৰাজ্যখনত এক বৃহৎ পৰিসৰত বিকাশৰ স্তৰ গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা কৰ্মসূচীৰ পদক্ষেপ হিচাপে আজি জনতা ভৱনৰ সভাকক্ষত...
আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু : সন্ধিয়া আকাশ বন্তিৰে জ্যোতিষ্মান...
পৰাণজ্যোতি বৰা, মাজুলী, ১৭ অক্টোবৰ: আজি কাতি বিহু, অসমীয়াৰ বাপতি সাহোন তিনিটা বিহুৰ অন্যতম বিহু কাতি উদ্যাপনক লৈ ব্যস্ত প্ৰতিজন অসমীয়া৷ কাতি মাহটো...
এতিয়া ২৪ ঘণ্টাই বেংকিং সুবিধা: ৭৫ ডিজিটেল বেংকিং ইউনিট মুকলি ...
নতুন দিল্লী, ১৬ অক্টোবৰ ঃ দেশবাসীয়ে এতিয়াৰে পৰা ২৪ ঘণ্টাই লাভ কৰিব বেংকিং সুবিধা৷ পূৰ্বৰ তুলনাত সুবিধাজনক হৈ পৰিব বেংকিং সুবিধা৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...
দেশত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত কৰা হ’ব চিকিৎসা বিজ্ঞানৰ পাঠদান: গৃহমন্ত্ৰী...
বিশেষ প্ৰতিনিধি, ১৬ অক্টোবৰ ঃ উচ্ছ শিক্ষা গ্ৰহণত হিন্দী ভাষাৰ ব্যৱহাৰ আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল৷ দেশত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত লিখা চিকিৎসা বিজ্ঞানৰ কিতাপ আজি...
বেংক সেৱাৰ ডিজিটেলাইলেশ্যন দেশীয় অৰ্থনীতিৰ বাবে ইতিবাচক : বিত্তমন্ত্ৰী অজন্তা নেওগ
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ অক্টোবৰ ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশৰ ৭৫খন জিলাৰ ৭৫টা ডিজিটেল বেংক শাখা ভাৰ্ছুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে৷ ইয়াৰ ভিতৰত বাক্সা...
বিশ্ব ক্ষুধা সূচকৰ তথ্য মিছা বুলিলে চৰকাৰে: দেশক বদনামী কৰাৰ অপচেষ্টা...
বিশেষ প্ৰতিনিধি, ১৬ অক্টোবৰ ঃ শেহতীয়াকৈ প্ৰকাশিত বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বিশ্বৰ ১২১খন দেশৰ ভিতৰত ১০৭সংখ্যক স্থানত থকাৰ কথাই দেশৰ সাধাৰণ নাগৰিকৰ উন্নয়নৰ...
আলোচনাৰ বাবে সাজু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ইউক্ৰেইনত সংহাৰলীলা চলাই থকাৰ মাজতে সেউজ...
বিশেষ প্ৰতিনিধি, ১৪ অক্টোবৰ ঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাত আলোচনা-বিলোচনাৰ জৰিয়তে সমাধান কৰিব বিচাৰে ৰাছিয়াই৷ ইউক্ৰেইনত সন্ত্ৰাস অব্যাহত ৰখাৰ সময়তে এই খবৰ লাভ কৰা...
অসম তৃণমূল কংগ্ৰেছত যোগদান বৰপেটাৰ ব্যৱসায়ীসহ ছাত্ৰৰ
গুৱাহাটী, ১৩ অক্টোবৰ: ৰাজ্যৰ প্ৰতিখন জিলাত বৰ্তমান অসম তৃণমূল কংগ্ৰেছ দলত সদস্যৰ যোগদান কাৰ্যসূচী অব্যাহত আছে। ইতিমধ্যে দলটোত যোগদান কৰিছে অন্য দলৰ কেইবাগৰাকীও ৰাজ্যিক...
কি আইনৰ আধাৰত কৰা সলনি কৰা হৈছিল ৫০০-১০০০ টকীয়া নোট ,...
নতুন দিল্লী, ১২ অক্টোবৰ: ২০১৬ চনৰ ৮ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে দেশত ঘোষণা কৰা বিমুদ্ৰাকৰণক লৈ উচ্চতম ন্যায়ালয়ত আৰম্ভ হৈছে শুনানি৷ পাঁচজনীয়া বিচাৰপীঠে...