Home Uncategorized বিজেপিৰ বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ নৱ নিৰ্বাচিত বিষয়ববীয়াক আদৰণি

বিজেপিৰ বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ নৱ নিৰ্বাচিত বিষয়ববীয়াক আদৰণি

197
0

বৰপেটা, ১৫ ডিচেম্বৰ : বিজেপিৰ বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ নৱ নিৰ্বাচিত বিষয়ববীয়া সকলক আজি জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মী আৰু সতীৰ্থসকলে আদৰণি জনায় ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াজ কুজুৰ, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসৰ লগতে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ছহিদুল ইছলামৰ উপৰি কেইবাগৰাকী নেতাই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here