Browsing Category

ৰাজ্য

১৬ বছৰীয়া অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ…

১৬ বছৰীয়া অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। নাৰায়ণপুৰত অংশ ল'ব কেইবাটাও কাৰ্যসূচীত। আজি মুকলি হ'ব বহু আকাংক্ষিত নাৰায়ণপুৰত নিৰ্মিত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ।

ৰাজ্যজুৰি ৯ টা বৃহৎ প্রকল্প স্থাপনৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুটা বছৰ পূর্ণ হোৱাৰ প্রাকক্ষণত আজি পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্যজুৰি ৯ টা বৃহৎ প্রকল্প স্থাপনৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত

পৰ্যটকৰ বাবে বন্ধ হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান…

আপুনি মানস ৰাষ্ট্ৰীয় উদ্যানত যাব বিচাৰিছে নেকি ? যোৱাৰ পূৰ্বে এই কথা মনত ৰাখক । ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই সদৰি কৰিছে এক বিশেষ জাননী । প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হ'ব।

জুলাই মাহত পুনৰ ১০,০০০ নিবনুৱালৈ নিযুক্তি, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুলাই মাহত পুনৰ ১০,০০০ নিবনুৱালৈ নিযুক্তি, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১১ মে'ৰ পৰিবৰ্তে ২৬ মে'ত সদ্য নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থী সকলে লাভ কৰিব নিযুক্তি পত্ৰ, এক জুনত যোগ দিব লাগিব চাকৰিত । কেবিনেট বৈঠকৰ পিছতে

দৰঙৰ ধূলাত চলিছে গুণ্ডা-মাফিয়াৰাজ…

হাতে হাতে জাঠি জোংলৈ দিন দুপৰতে বৃদ্ধা মহিলাক আক্ৰমণ কৰি ঘৰত অগ্নি সংযোগ এদল গুণ্ডাবাহিনীৰ। জিলা প্ৰশাসনক বৃদ্ধাংগুষ্ট দেখুৱাই দৰঙৰ ধুলাত চলিছে মাফিয়াৰাজ । নিৰিহ জনতাক ভয় ভাবুকি দেখুৱাই ভুমি বেদখলত নামিছে গুণ্ডাবাহিনীৰ দলটোৱে।দৰঙৰ ধূলা

আনন্দ তাঁতীৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া কিশোৰী …

পুনৰ মানৱ সমাজৰ এক লজ্জাজনক কাণ্ড। আনন্দ তাঁতীৰ কামনাৰ বলি হ'ল ১২ বছৰীয়া মিতালী শইকীয়া কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় আনন্দ তাঁতীৰ শৌচাগাৰত।মাৰ্ঘেৰিটাৰ জঘন্য বলাৎকাৰ কাণ্ডই জোকাৰিছে ৰাজ্য । চেগুনবাৰীত লম্পট আনন্দ তাঁতীৰ পৈশাচিক আনন্দ ।

বৰাক উপত্যকাত মন্ত্ৰী পীযূষ হাজৰিকা

আজি বৰাক উপত্যকা ভ্ৰমণৰ দ্বিতীয় দিন মন্ত্ৰী পীযূষ হাজৰিকাৰ। আজি শিলচৰ সমষ্টিৰ অন্তৰ্গত বদ্ৰীঘাট নামৰ স্থানত বৰাক নদীৰ পাৰত প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰীৰ ওখ আৰু সৱল কৰিবলৈ গ্ৰহণ কৰা কাৰ্যপন্থাৰ বুজ লয় মন্ত্ৰী পীযূষ হাজৰিকাই ।

আজি ২ বজাত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।

আজি ২ বজাত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ফলাফল সন্দৰ্ভত সংবাদমেল সম্বোধন আয়োগৰ। ঘোষণা কৰা হ'ব ১৪ হাজাৰ ২৮১টা পদৰ ফলাফল। ১,৭১৯ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১,৪৯৬ গৰাকী SC, ১৮৬৪জন ST(P), ৭৩১ গৰাকী ST(H), ৬,২৩৬ গৰাকী OBC, ২,২৩৫জন

সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত প্লেচমেণ্ট ড্ৰাইভ ..

বৰপেটা জিলাৰ সৰভোগৰ বটবৃক্ষ স্বৰুপ বৰনগৰ মহাবিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে,আজি মডেল কেৰিয়াৰ চেণ্টাৰ কোকোৰাঝাৰৰ উদ্যোগত আৰু বৰনগৰ মহাবিদ্যালয়ৰ IQAC,NSS,ICT,EEC আৰু CII ৰ সহযোগত প্লেচমেণ্ট ড্ৰাইভ অনুষ্ঠিত হয়,সৰ্বমুঠ ৮৩ টা পঞ্জীয়নৰে বিশাল

‘মন‌ কি বাত’ ১০০ সংখ্যক অনুষ্ঠান উপলক্ষে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কালিয়া গাঁৱত বিতৰণ…

আজি মৰিয়নী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভেলেউগুৰি কালিয়া গাওঁ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত, বুথ নং ৭৬ আৰু ৭৭ৰ কাৰ্যকৰ্তাসকলৰ সৈতে দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "মন কী বাত" অনুষ্ঠানৰ ১০০ সংখ্যক খণ্ডটি একেলগে শ্রবণ কৰাত উপস্থিত থাকে