শেহতীয়া খবৰ

ব্যৱসায়-বাণিজ্য

Business

এচবিআই জেনাৰেল ইনচ্যুৰেন্সে মুকলি কৰিলে আৰোগ্য সঞ্জীৱনী স্বাস্থ্য বীমা পলিচি নামৰ এটা ষ্টেণ্ডাৰ্ড স্বাস্থ্য বীমা পলিচি

দৈনিক গণঅধিকাৰঃ শেহতীয়াকৈ এচবিআই জেনাৰেল ইনচ্যুৰেন্সে মুকলি কৰিছে ষ্টেণ্ডাৰ্ড স্বাস্থ্য বীমা পলিচি— আৰোগ্য সঞ্জীৱনী স্বাস্থ্য বীমা পলিচি। এই পলিচিত 1 লাখৰ পৰা 5 লাখ টকালৈকে নিশ্চিত ৰাশিৰ সৈতে ভাৰতৰ যি কোনো ঠাইত হস্পিটেলত ভৰ্তি হোৱাৰ খৰচ পোৱা যাব। এচবিআই জেনাৰেল ইনচ্যুৰেন্সৰ এমডি তথা চিইঅ’পুষণ মহাপাত্ৰই কয়, “আৰোগ্য সঞ্জীৱনী মুকলি হোৱাৰ নতুন …

অধিক »

পশ্চিমবংগৰ ব্যক্তিগত কোম্পানীয়ে ১ কোটি কোৰোনা টেষ্ট কিট তৈয়াৰ কৰাৰ দাবী

দৈনিক গণঅধিকাৰঃ পশ্চিমবংগৰ দক্ষিণ ২৪ প্ৰান্তৰ পৰগনা জিলাস্থিত এটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে ১ কোটি কোৰোনা টেষ্ট কিট তৈয়াৰ কৰাৰ দাবী কৰিছে। জিচিচি বায়তেক ইণ্ডিয়া নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীটোৱে কোৰোনা পৰীক্ষণৰ বাবে ১ কোটি ৰিয়েল টাইম টেষ্ট কিট তৈয়াৰ কৰাৰ দাবী কৰিছে। কোম্পানীটোৰ এমডি ৰাজা মজুমদাৰে প্ৰকাশ কৰা অনুসাৰে তেওঁলোকে ১ …

অধিক »

কাইলৈৰ পৰা এম আৰ পিতকৈ ২৫ শতাংশ অধিক দৰত ক্ৰয় কৰিব লাগিব সুৰা

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ লকডাউনৰ বাবে সন্মুখীন হোৱা আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ এতিয়া চৰকাৰে সুৰাপায়ীসকলৰ ওপৰত নিৰ্ভৰ কৰিছে। এতিয়াৰে পৰা দেশীয়ভাৱে প্ৰস্তুত কৰা বিলাতী সুৰা, বিয়েৰ, ৱাইন আদিৰ সৰ্বাধিক খুচুৰা মূল্যৰ এম আৰ পিতকৈ ২৫ শতাংশ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনস্বাস্থ্যৰ বাবে নহয়, ৰাজহৰ স্বাৰ্থত বৃদ্ধি কৰা হ’ল সুৰাৰ …

অধিক »

বিশ্বজুৰি চলি থকা লকডাউনত আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত হাহাকাৰ

আমেৰিকাত তেলৰ বজাৰত বৃহৎ অঘটন , ইতিহাসত প্ৰথমবাৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তেলৰ মূল্য বৃহৎ অৱনমিত গণঅধিকাৰ, ৱাশ্বিংটনঃ কোৰোনা ভাইৰাছৰ মহামাৰীৰ বাবে বিশ্বৰ প্ৰায়সমূহ দেশ লকডাউনৰ কৱলত থকাত তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত লকডাউনৰ পোনপটীয়া প্ৰভাৱ পৰা দেখা পোৱা গৈছে। বিশ্বৰ মানৱজাতিৰ লগতে অৰ্থব্যৱস্থালৈ ভাবুকি কঢ়িয়াই …

অধিক »

কৰোনা ভাইৰাছৰ প্ৰভাৱঃ এয়াৰ ইণ্ডিয়াৰ ২০০ কৰ্মচাৰীয়ে হেৰুৱালে চাকৰি

দৈনিক গণঅধিকাৰঃ কৰোনা ভাইৰাছৰ বাবে এয়াৰ ইণ্ডিয়াই ২ এপ্ৰিলত ২০০ কৰ্মচাৰীক অস্থায়ীভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত পাইলটো আছিল ৷ এয়াৰ ইণ্ডিয়াৰ বিষয়াই কয়, “বৰ্তমান সকলো বিমান বন্ধ আছে বাবে যোৱা কিছু সপ্তাহ ধৰি কোনো ৰাজহ সংগ্ৰহ হোৱা নাই ৷ যোৱা কিছুদিন ধৰি এয়াৰ ইণ্ডিয়াৰ আয়ৰ অবনতি …

অধিক »

কোৰোনা ভাইৰাছঃ উইপ্ৰ কোম্পেনীৰ মুখ্য আজিম প্ৰেমজিয়ে আগবঢ়ালে ৫০ হাজাৰ কোটি টকা

কোৰোনা ভাইৰাছৰ ফলত সমগ্ৰ দেশত নানা দিশত সংকটে দেখা দিয়ে। এনে সময়তে দেশৰ অন্যতম সংস্থা উইপ্ৰোৰ মুখ্যগৰাকীয়ে ৫০ হাজাৰ কোটি টকা সহাই হিচাপে আগবঢ়োৱা বুলি ছ’চিয়েল মিডিয়াত চৰ্চা চলে। উক্ত আলোচনাক লৈ বিষয়াগৰাকীৰ সৈতে বাৰ্তালাপ হোৱাত তেওঁ প্ৰকাশ কৰে যে উক্ত পৰিমাণৰ ধন ২০১৯ চনতে দেশক আগবঢ়োৱা বুলি উল্লেখ কৰিছে। …

অধিক »

ঋন লওঁতালৈ তিনি মাহৰ সকাহ ৰিজাৰ্ভ বেংকৰ

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীক সামাজিক দূৰত্ব বজাই ৰখাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকে ভাৰতত ২১দিনৰ তলাবন্ধ ঘোষণাৰ তৃতীয় দিনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ঘোষণা কৰে যে বেংকৰ ৰেপুৰেট দৰ ০.৭৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। আজি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ গৰাকীয়ে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে ৰেপুৰেটৰ দৰ …

অধিক »