শেহতীয়া খবৰ

অৰ্থনীতি

Economics

আগষ্টৰ পূৰ্বে দেশৰ পৰা চলিব আন্তঃৰাষ্ট্ৰীয় বিমান

নতুন দিল্লীঃ ২৫ মে’ৰ পৰা দেশজুৰি ঘৰুৱা বিমান চলাৰ প্ৰাক্‌ক্ষণত দেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান চলোৱাৰো সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। আগষ্টৰ পূৰ্বে দেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল হ’ব। যি কথা আজি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আগষ্টৰ পৰা অধিক হাৰত আন্তঃৰাষ্ট্ৰীয় বিমান চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

অধিক »

১ জুনৰ পৰা চলাচল কৰিব ২০০খন যাত্ৰীবাহী ৰে’ল

নতুন দিল্লীঃ দেশত কোৰোনা সন্ত্ৰাসৰ বাবে চতুৰ্থ পৰ্যায়লৈ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈ পৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অহা ৩১ মে’ত চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সমাপ্তি ঘটাব। এনে সময়তে অৰ্থাৎ ১ জুনৰ পৰা ৰে’লৱে বিভাগে দুশখন যাত্ৰীবাহী ৰে’ল চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি আজিৰে পৰা বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পুৱা ১০ …

অধিক »

কোৰোনা সংকটৰ বাবে ভাৰতক ৭,৬০০ কোটি টকা আগবঢ়োৱাৰ ঘোষণা বিশ্ব বেংকৰ

নতুন দিল্লীঃ  চীনৰ পৰা উদ্ভৱ হোৱা কোৰোনা ভাইৰাছে পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰে। কোৰোনা ভাইৰাছে ভাৰতকো জোকাৰি যায়। উক্ত মাৰাত্মক মহামাৰীবিধে ভাৰতৰ সহস্ৰাধিক লোকক আক্ৰমণ কৰে। দেশত ৮২ হাজাৰ লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হয়। ৫০ হাজাৰৰো অধিক কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ তালিকাত ভাৰত সোমাই দ্বাদশ স্থানত স্থানত উপনীত …

অধিক »

৮ কোটি শ্ৰমিকক বিনামূলীয়াকৈ আগবঢ়াব ৰেচন, ৰেচন কাৰ্ড বিহীন সকলক ৫ কিলোগ্ৰাম চাউল অথবা ঘেহু বিতৰণ কৰিব

সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণা, আগষ্টৰ পৰা এক দেশ এক ৰেচন কাৰ্ডৰ সুবিধা ল’ব পাৰিব ৬৭ কোটি জনতাই যিকোনো ৰেচন দোকানৰ পৰাই ল’ব পাৰিব সামগ্ৰী নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশবাসীৰ বাবে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণাৰ পিছত সেই ধন ৰাশি কোন কোন শিতানত …

অধিক »

১৫ হাজাৰতকৈ কম দৰমহা পোৱা সকলৰ পি এফত ২৪ শতাংশ জমা দিব চৰকাৰে

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ ১৫ হাজাৰতকৈ কম দৰমহা পোৱা সকলৰ বাবে এক ভাল খবৰ। এইসকল কৰ্মচাৰীৰ দৰমহাৰ ২৪ শতাংশ ধন চৰকাৰে পি এফত জমা দিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি এই কথা ঘোষণা কৰি বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকললৈ আশাৰ ৰেঙণি কঢ়িয়াই আনে।কোৰোনাৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে আজি বহুকেইটা …

অধিক »

ভাৰতত নিবনুৱাৰ হাৰ ২৭.১ শতাংশলৈ বৃদ্ধি

এপ্ৰিল মাহত লকডাউনত ১.২১ কোটি লোকে হেৰুৱালে চাকৰি নতুন দিল্লীঃ  কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ভাৰতত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা প্ৰথম দুটা পৰ্যায়ৰ লকডাউনত বহুসংখ্যক লোকে চাকৰিহেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। লকডাউনৰ ফলত দেশৰ অৰ্থ ব্যৱস্থা সংকটত পৰাত বহু লোকে দুটা পৰ্যায়ৰ লকডাউনত চাকৰি হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। যি কথা প্ৰকাশ …

অধিক »

বিশ্বজুৰি চলি থকা লকডাউনত আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত হাহাকাৰ

আমেৰিকাত তেলৰ বজাৰত বৃহৎ অঘটন , ইতিহাসত প্ৰথমবাৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তেলৰ মূল্য বৃহৎ অৱনমিত গণঅধিকাৰ, ৱাশ্বিংটনঃ কোৰোনা ভাইৰাছৰ মহামাৰীৰ বাবে বিশ্বৰ প্ৰায়সমূহ দেশ লকডাউনৰ কৱলত থকাত তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰত লকডাউনৰ পোনপটীয়া প্ৰভাৱ পৰা দেখা পোৱা গৈছে। বিশ্বৰ মানৱজাতিৰ লগতে অৰ্থব্যৱস্থালৈ ভাবুকি কঢ়িয়াই …

অধিক »