Monday , August 10 2020
শেহতীয়া খবৰ

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

National-International

Video | সাংবাদিক বিজেন দ্বীপ হত্যাকাণ্ড : সাংবাদিক সুৰক্ষা মঞ্চৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়

Tinsukia Reporter murdered, body found in his office এই বাৰ তিনিচুকীয়াত হত্যা হল সাংবাদিক । নিজ কার্যলয়তে বিজেন দ্বীপ নামৰ সাংবাদিক জনক হত্যা কৰি গল কোনো দুৰ্বৃত্তই । Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar Posted by Gana Adhikar on Sunday, 9 August 2020 গণ বাৰ্তা, মৰাণ, …

অধিক »

কাজিৰঙাত পুনৰ গঁড় নিধন : কাটি নিলে খড়্গ, ব্যৰ্থ বনবিভাগ

গণ বাৰ্তা, বোকাখাত, ৮ আগষ্ট : বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ সময়তে কাজিৰঙাত সংঘৰ্টিত হৈছে এক গঁড় হত্যাৰ ঘটনা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ নদীপৰীয়া গবৰাই বন শিৱিৰ এলেকাত চোৰাংচিকাৰীয়ে এজনী মাইকী গঁড় হত্যা কৰি খৰ্গ কাটি লৈ যাবলৈ সক্ষম হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়া ৰমেশ কুমাৰ …

অধিক »

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ১১২ তম স্থান লাভ কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা যোৰহাট চিজল আগৰৱাললৈ “আছু”ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱাৰ দৃশ্য ।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ১১২ তম স্থান লাভ কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা যোৰহাট চিজল আগৰৱাললৈ “আছু”ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱাৰ দৃশ্য । ফটো — নেকিব আহমেদ ।

অধিক »

বাঘজানৰ বিধ্বংসী অগ্নিকাণ্ড আৰু দুগৰাকী চৰকাৰী বিষয়া

মাইনু মৰাণ: ডুমডুমা: ২ আগষ্ট : তিনিচুকীয়া জিলাৰ বাদে ৰাজ্যৰ আন জিলা নতুবা চৰকাৰেই ভালদৰে চিনি নোপোৱা( বান- খহনীয়া, এশ এবুৰি সমস্যাৰে জৰ্জৰিত) বাঘজানক এতিয়া সকলোৱে চিনি পায়। এক প্ৰকাৰে বাঘজানক সমগ্ৰ বিশ্বতে কম বেছি পৰিমাণে জনা হল । কাৰণ বাঘজানত বিধ্বংসী জুই। অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানত থকা বি জি …

অধিক »

ৰাম মন্দিৰৰ ভূমি পূজনৰ পূৰ্বে পুৰোহিতসহ ১৬জন আৰক্ষী  জোৱান কোভিড-১৯ত আক্ৰান্ত

ভূমি পূজনত সমগ্ৰ দেশৰ পৱিত্ৰ নৈ সমূহৰ জল আৰু তীৰ্থস্থানৰ ভূমি অৰ্পণ কৰিব অযোধ্যা, ৩০ জুলাই ঃ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে হ’বলগীয়া ভূমি পূজনৰ প্ৰাক্ক্ষণতে ৰাম জন্মভূমিৰ পুৰোহিতকে ধৰি ১৬জন আৰক্ষী জোৱান ক’ভিড-১৯ত আক্ৰান্ত হৈছে। অযোধ্যাৰ ৰাম জন্মভূমিৰ পুৰোহিত প্ৰদীপ দাস ক’ভিড-১৯ত আক্ৰান্ত হৈছে। এইগৰাকী পুৰোহিত ৰাম জন্মভূমিৰ মূল …

অধিক »

মণিপুৰত আছাম ৰাইফলছৰ ওপৰত উগ্ৰপন্থীৰ ভয়াৱহ এম্বুছ, তিনি জোৱান শ্বহীদ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ জুলাই ঃ অসম তথা উত্তৰ-পূবত পুনৰবাৰ মূৰ দাঙি উঠিছে উগ্ৰপন্থী সংগঠনে। উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে যোৱানিশা মণিপুৰৰ চান্দেল জিলাত সংঘটিত হ’ল এক ভয়াৱহ আক্ৰমণৰ ঘটনা। আসাম ৰাইফল্ছৰ এটা দলৰ ওপৰত উগ্ৰপন্থী সংগঠনে ভয়াৱহ এম্বুছ কৰে। উগ্ৰপন্থীৰ উক্ত আক্ৰমণত অসমৰ এজন জোৱানসহ তিনিজন শ্বহীদ …

অধিক »

শিŽক্ষাৰ্থীৰ শৈক্ষিŽক ভৱিষ্যতৰ স্বাৰ্থত পৰীক্ষা আয়োজনৰ সিদ্ধান্ত

পৰীŽক্ষা অবিহনে ডিগ্ৰী কেনেকৈ? উচ্চতম ন্যায়ালয়ত অৱগত কৰিলে ইউ জি চিয়ে নতুন দিল্লী, ৩০ জুলাই ঃ কোৰোনা মহামাৰীৰ বাবে দীৰ্ঘসময় ধৰি দেশৰ শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকাৰ মাজতো বিশ্ববিদ্যালয় অনুদান আয়োগ, চমুকৈ ইউজিচিয়ে সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰি কৈছে যে ৩০ ছেপ্টেম্বৰৰ ভিতৰত অন্তিম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। …

অধিক »

বাঘজানৰ বি জি আৰ-৫ তৈল খাদত বি অ’ পি স্থাপন কৰিব পৰা নাই বিশেষজ্ঞই

অইলৰ বিৰুদ্ধে গৰজি উঠিছে বাঘজান-কৰ্দৈগুৰিৰ জনতা অইলৰ ভুলৰ বাবেই অগ্নিকাণ্ড সংঘটিত : বিশেষজ্ঞ কমিটিৰ প্ৰাথমিক প্ৰতিবেদনত সেই কথা স্পষ্ট বাঘজানৰ পৰা মাইনু মৰাণ : ডুমডুমা, ২৯ জুলাইঃ  তিনিচুকীয়া জিলাৰ বাঘজান গাৱঁস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ-৫ নং তৈল খাদত এতিয়াও জ্বলি থকা জুইকুৰা নুমোৱাবলৈ সক্ষম হবনে ? বাঘজানবাসীৰ প্ৰশ্ন …

অধিক »

ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা নাইকীয়া কৰাৰ  চেষ্টা কেন্দ্ৰীয় চৰকাৰৰঃ অৰ্থনীতিবিদ বিৰল আচাৰ্যৰ গ্ৰন্থত বিস্ফোৰক মন্তব্য

নতুন দিল্লী, ২৮ জুলাই ঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা নাইকিয়া কৰাৰ চেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰে। এনে বিস্ফোৰক কথা উল্লেখ আছে ভাৰতৰ অৰ্থনীতিবিদ বিৰল আচাৰ্যৰ গ্ৰন্থত। এইগৰাকী অৰ্থনীতিবিদৰ “Quest for Restoring Financial Stability in India” নামৰ গ্ৰন্থখনত ওপৰোক্ত বিস্ফোৰক মন্তব্য উল্লেখ থকাৰ লগতে এই কথা প্ৰকাশ কৰিছে যে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা …

অধিক »

বিদেশী সাহায্য লোৱা ২০ হাজাৰ এনজিঅ’ নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

নতুন দিল্লী, ২৮ জুলাই ঃ দেশৰ বিভিন্ন ৰাজ্যৰ দ্বাৰা পঞ্জীকৃত বেচৰকাৰী সংগঠনে নিয়ম উলংঘাৰ অভিযোগত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেনে বেচৰকাৰী সংগঠনৰ বিৰুদ্ধে কঠোৰ হৈছে। কমেও ২০,৬৭৩টা বেচৰকাৰী সংগঠনৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় কঠোৰ হৈ অনুজ্ঞা-পত্ৰ বাতিল কৰিছে। অৰ্থাৎ এই বেচৰকাৰী সংগঠনকেইটাই এতিয়াৰে পৰা কোনো বিদেশী সাহায্য পুঁজি গ্ৰহণ কৰিব নোৱাৰিব। …

অধিক »