শেহতীয়া খবৰ

উত্তৰ-পূৰ্বাঞ্চল

North-East

বিশ্বনাথত পুনৰ ২৪ জন ব্যক্তিৰ  ক’ভিড-১৯ পজিটিভ,ৰোগীৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি 

 আটাইকেইজনেই আছিল প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত দৈনিক গণঅধিকাৰ, বিশ্বনাথ চাৰিআলিঃ-বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা বিশ্বনাথ জিলাৰ পুনৰ ২৪ গৰাকী লোক শেহতীয়াকৈ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে। জিলাখনৰ বিভিন্ন ঠাইত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰ সমুহৰ ভিতৰৰে ৩টা কোৱাৰেন্টাইন কেন্দ্ৰত ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱা এই ২৪ জন লোকক ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে …

অধিক »

মৰিয়নী গাভৰু গণ হত্যাকাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ

দৈনিক গণঅধিকাৰ, যোৰহাটঃ মৰিয়নীৰ গাভৰু চাহ বাগিচাত গণ হত্যাৰ বলি হোৱা দেৱাশিষ গগৈ হত্যাৰ লগত জড়িত আজিলৈকে  মুঠ ১১ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । তাৰে  ৭ জন অভিযুক্তক আজি আৰক্ষীয়ে তিতাবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ ওচৰত সাজিৰ কৰোৱাই যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। কিন্তু তিনি জনক আৰক্ষীয়ে নিজৰ জিম্মালৈ নি জেৰা …

অধিক »

টিক টক ভিডিঅ প্ৰচাৰ কৰি গ্ৰেপ্তাৰ মহিলা চোৰ, পাঁচ দিনৰ আৰক্ষী জিম্মালৈ

দৈনিক গণঅধিকাৰ, যোৰহাটঃ টিক টকত ভিডিঅ  বনাই প্ৰচাৰ কৰি গ্ৰেপ্তাৰ হল এগৰাকী  মহিলা চোৰ । মহিলা চোৰ গৰাকী নাম হল চুমি কলিতা ।  যোৰহাটৰ পল্লৱী  ফুকন নামৰ হাবিচুকৰ এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত যোৰহাট লিচুৱাৰী আৰক্ষীয়ে কালি গুৱাহাটী গাড়ীগাঁৱৰ পৰা মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাই পাঁচ দিনৰ আৰক্ষীৰ …

অধিক »

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ : বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব

গন বাৰ্তা, মাৰ্ঘেৰিটা, ৩১ মেঃ- কৰোনাৰ আতংকৰ মাজতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ৷ কিয়নো ২০২১ৰ বিধান সভাৰ নিৰ্বাচনলৈ আৰু বেচি দিন নাই৷ সেয়েহে কিছুদিনৰ পৰা সমষ্টিটোত নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে৷ বৰ্তমানে বিজেপিৰ দখলত থকা সমষ্টিটো পূৰ্বে কংগ্ৰেছৰ বাবে দুৰ্গস্বৰূপ আছিল, যদিও …

অধিক »

Video ৰাজ্যত ভয়াবহভাবে ১২১৬ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ দেশত কোৰোনাৰ সংক্ৰমণ ভয়ংকৰভাবে বৃদ্ধি হোৱা সমান্তৰালকৈ অসমত অভাৱনীয়  হাৰত বৃদ্ধি পাইছে কোৰোনাত আকান্ত লোকৰ সংখ্যা।  নিশা ভাগলৈক অসমত ১২১৬ জন লোকৰ দেহত কোৰোনা অৱস্থিতি পোৱা গৈছে। ইয়াৰ ভিতৰত ১৬৩ জন সুস্থ হৈ ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ১০৫৬জন চিকিৎসাধীন হৈ আছে। মৃত্যু ঘটিছে চাৰিজন লোক। উল্লেখ্য যে আজিৰ …

অধিক »

Video যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা পঞ্চম জন  কোৰো’না ৰোগীক  মুক্তি

দৈনিক গণঅধিকাৰ, যোৰহাটঃ যোৰহাট চেউনি  আলিৰ কোৰো’না আক্ৰান্ত ৰোগী  বছৰীয়া শালিনী মালক(৪০)ক বুধবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুক্তি দিয়া  হয় । উল্লেখ্য যে  যোৱা ১৬  মে’ত দাৰ্জিলিঙৰ পৰা আহি যোৰহাটত উপস্হিত হৈছিল  আৰু ১৯  মে’ত ক’ৰোনাত আক্ৰান্ত হোৱা বুলি টেষ্টত ধৰা পৰিছিল উক্ত মহিলা গৰাকীৰ ৷ স্বাস্হ্যকৰ্মী তথা চিকিৎসক – …

অধিক »

দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুৰক্ষাৰ দাবীত ডিগবৈত সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ

হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰৰ বিৰোদ্ধে প্ৰতিবাদ সাবস্ত্য দৈনিক গণ অধিকাৰ,ডিগবৈঃ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা NBWL ৰ হঠকাৰী সিদ্ধান্তত  দিহিং পাটকাই বৰ্ষাৰণ্যৰ শালেকী নামৰ বনাঞ্চলত মুক্ত কয়লা খননৰ সিদ্ধান্তৰ বিৰোদ্ধে, সৰ্বোত্ৰে জাতীয় জনগোষ্ঠীয় দল সংগঠনকে আদি কৰি ,সমাজ সচেতন প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত তীব্ৰ বিৰোধিতা অব্যাহত থকাৰ সময়তে ,আজি …

অধিক »

ৰাজ্যত ৩০ জুনলৈ লকডাউন বৃদ্ধিৰ ঘোষণা।

সমগ্ৰ ভাৰতৰ লগতে অসমতো প্ৰতি দিনে অভাৱনীয় হাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। ৰাজ্যত ইতিমধ্যে ৮০০ৰ অতিক্ৰম কৰিছে কোৰোনাত আক্ৰান্তৰ লোকৰ সংখ্যা। আজি ৰাজ্য চৰকাৰে কোৰোনাত আক্ৰান্ত লোকল সংখা বৃদ্ধি হোৱা প্ৰতি লক্ষ্য ৰাখি লকডাউন ৩০ জুনলৈ বৃদ্ধিৰ কৰাৰ ঘোষণা কৰে।

অধিক »

ভাৰতত কোৰোনাৰ বিভীষিকা অব্যাহত

অসমত ভয়াৱহভাৱে ৭০৪ জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়াৱহভাৱে অধিক হাৰত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতত এই পৰ্যন্ত বৃদ্ধি পাইছে ১৫১৪৭৬ জন লোক কোৰোনাত আক্ৰান্তৰ সংখ্যা। ইয়াৰে মৃত্যু ঘটিছে ৪৩৪৬ জন আৰু সুস্থ হৈ উঠিছে ৬৪৪২৬ জন লোক। আনহাতে অসমতো ভয়াবহভাৱে প্ৰতি ঘণ্টাত …

অধিক »

Video মৰিয়নীত আছুৰ মানৱ শৃংখল                 

দৈনিক গণঅধিকাৰ, নকছাৰীঃ যি সময়ত সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰো’নাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ঠিক  তেনে সময়তে কেন্দ্ৰীয় চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যত কয়লা খনন কাৰ্যত অনুমতি প্ৰদান কৰাক লৈ জাতীয়তাবাদী দল সংগঠনকে লৈ সকলো প্ৰকৃতিপ্ৰেমী জাঙুৰ খাই উঠা দেখা গৈছে। তাৰেই প্ৰতিবাদ জনাই আজি তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত তথা …

অধিক »