Thursday , August 13 2020
শেহতীয়া খবৰ

চিত্ৰ-সংবাদ

Picture

কোৰ’নাত আক্ৰান্ত হৈ কাৰবি ক’ৰনাত আক্ৰান্ত হৈ কাৰ্বি আংলঙত দ্বিতীয়জন ৰোগীৰ মৃত্যু

 মৃত ২১ বছৰীয়া যুৱকজনৰ ট্ৰেভেল হিষ্টৰী আছিল চেন্নাইৰ গণ বাৰ্তা বিশেষ, ডিফু, ১৮ জুন ঃ মাৰাত্মক কোভিড ১৯ত আক্ৰান্ত হৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙত দ্বিতীয়গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে এই পৰিসংখ্যা লৈ অসমত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ৯জনলৈ বৃদ্ধি পালে । যোৱা নিশা ডিফু মেডিকেল কলেজ আৰু হাস্পাতালৰ ক’ভিড …

অধিক »

সাংস্কৃতিক জগতৰ অন্যতম ৱাজিদ খানৰ মৃত্যুত শোক প্ৰকাশ অভিনেতা ছলমান খানৰ

মুম্বাইঃ সাংস্কৃতিক জগতত নিজৰ স্থান সুকীয়াকৈ ৰাখিবলৈ সক্ষম হোৱা ৱাজিদ খানৰ দেওবাৰে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটে। বিশিষ্ট শিল্পীগৰাকীৰ কিডনী বিকল হৈ মুম্বাইৰ চুৰানা চেঠিয়া চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুয়োটা বেমাৰ হৈ বিশিষ্ট সংগীতজ্ঞ গৰাকীৰ মৃত্যু ঘটা বুলি প্ৰকাশ। তেওঁৰ মৃত্যুত বলিউড জগতত শোকৰ ছা পৰে। বলিউড জগতৰ …

অধিক »

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী আৰু যাত্ৰীৰ জীৱনৰ সুৰক্ষাৰ বাবে ১৪৪ ধাৰা

দৈনিক গণঅধিকাৰ, বোকাখাতঃ  আগন্তক বাৰিষাৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতৰ মহকুমা দণ্ডাধীশ বিবেক শ্যামে তৎক্ষনিকভাবে বলৱৎ হোৱাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰীৰ পৰা বাগৰি পৰ্যন্ত এলেকাত ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিশেধাজ্ঞা জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন  ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কোনো …

অধিক »

 পবিত্ৰ ৰমজান মাহতে ধিঙত দুই ফৈদৰ ভয়ংকৰ ভূমিকেন্দ্ৰিক সংঘাত, জ্বলাই দিলে মছজিদ ঘৰ

দৈনিক গণঅধিকাৰ, ধিংঃ পবিত্ৰ ৰমজান মাহ। কিন্তু এই পবিত্ৰ ৰমজান মাহটোকে অপৱিত্ৰ কৰি আহিছে একাংশ মহা পাপীয়ে। ঘটনাৰ বিৱৰণী শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো। কিয়নো এই পবিত্ৰ ৰমজান মাহতেই একাংশ মহা পাপী তথা দুষ্কৃতিকাৰীয়ে ভাঙি চোৰমাৰ কৰি জ্বলাই দিলে পবিত্ৰ উপাসনাস্থলি মছজিদ ঘৰ। এই জঘন্য ঘটনাক কেন্দ্র কৰি সৃষ্টি …

অধিক »

হাইছেকণ্ডাৰীৰ ফলাফলত ঘটিব বিলম্ব, জুনৰ শেষত ফলাফল ঘোষণাৰ সম্ভাৱনা

দৈনিক গণঅধিকাৰ,গুৱাহাটীঃ কোৰোনা ভাইৰাছৰ প্ৰভাৱত দেশত লকডাউন চলি থকাৰ বাবে ৰাজ্যৰ শিক্ষাব্যৱস্থাত ব্যাপক তাৰতম্য পৰিলক্ষিত হৈছে। বিগত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল মে’ মাহত ঘোষণা কৰা হৈছিল যদিও এইবেলি পিছুৱাব ফলাফল ঘোষণাৰ দিন। বিগত বৰ্ষত ২৩ মে’ত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও এইবেলি জুনৰ শেষতহে …

অধিক »

ৰন্ধন প্ৰণালীক সহজ আৰু উপভোগ্য কৰি তুলিবলৈ নেছলে ইণ্ডিয়াই ইয়াৰ ব্ৰেণ্ড মেগিৰ জৰিয়তে কঢ়িয়াই আনিছে নতুন ‘ছাৰ্ভিচ কেম্পেইন’

দৈনিক গণঅধিকাৰঃ ব্যাপক ৰেঞ্জৰ সামগ্ৰী আৰু প’ৰ্টফলিঅ’সহ নেছলে ইণ্ডিয়াই প্ৰতিনিয়ত গ্ৰাহকেৰে ইয়াৰ বিশ্বাসৰ এনাজৰীডাল অটুট ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰি আহিছে আৰু দৈনন্দিন ৰন্ধনৰ প্ৰতি উৎসাহিত কৰি সকলো পৰিস্থিতিতে তেওঁলোকৰ চাহিদা পূৰণ কৰাত গুৰুত্ব আৰোপ কৰি আহিছে । বৰ্তমানৰ দৰে পৰিস্থিতিত আমাৰ গ্ৰাহকসকলে সহজে পোৱা উপকৰণেৰে দৈনিক ঘৰতে সুস্বাদু আহাৰ পৰিবেশন …

অধিক »

৯ মে’লৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰিলে স্পেইনে

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি স্পেইনে লগডাউনৰ সময়সীমা ৯ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। স্পেইনে দেশজুৰি কোৰোনা ভাইৰাছৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত লকডাউনৰ সময়সীমা আৰু ১৫ দিনলৈ বৃদ্ধি কৰিছে। ফলত দেশখনত ৯ মে’লৈ বলবৎ হৈ থাকিব লকডাউন। উল্লেখ্য যে ১৪ মাৰ্চৰ পৰা বলবৎ হৈছে স্পেইনত …

অধিক »

ভাৰতীয় নৌসেনাৰ ২৬ জন কৰ্মচাৰী কোৰোনাত আক্ৰান্ত

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ভাৰতীয় নৌ সেনাৰ ২৬ জন কৰ্মচাৰী। এই ২৬জন কৰ্মচাৰী কাৰ সংস্পৰ্শলৈ আহিছিল তাক লৈ ব্যাপক অভিযান আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সমগ্ৰ বিশ্বৰ নৌসেনা কৰ্মচাৰী কোৰোনা ভাইৰাছৰ সৈতে যুঁজ দিবলগীয়া হৈছে অৰ্থাৎ আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে ভাৰতৰ স্থলসেনাও কোৰোনাত আক্ৰান্ত হৈছিল। প্ৰথমবাৰ …

অধিক »

কোৰোনা ভাইৰাছ আমেৰিকাৰ চিৰিয়াখানাত বাঘৰ দেহত ধৰা পৰিল মাৰাত্মক কোৰোনা ভাইৰাছ

দেশৰ সকলো চিৰিয়াখানাত হাই এলাৰ্ট ঘোষণা দৈনিক গণঅধিকাৰঃ যি সময়ত কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰি আতংকৰ সৃষ্টি কৰিছে তেনে সময়ছোৱাতেই এই মাৰাত্মক ভাইৰাছবিধ জন্তুৰ দেহলৈয়ো বিয়পি পৰাক লৈ সমগ্ৰ বিশ্বত আন এক আতংকময় পৰিৱেশে চানি ধৰিছে। আমেৰিকাৰ এখন চিৰিয়াখানত এটা বাঘৰ দেহত মাৰাত্মক কোৰোনা ভাইৰাছ ধৰা পৰাৰ …

অধিক »

কবিতা প্ৰতিযোগিতাত স্থান দখল স্বপ্না বৰঠাকুৰৰ

দৈনিক গণঅধিকাৰ, যোৰহাটঃ  অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশ, চৰ্চা আৰু সংবৰ্ধনৰ বাবে ফেইচবুকৰ জড়িয়তে অসম ভিত্তিত গঠন কৰা গোট  ” চিৰ চেনেহী অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি গোট”-এ অসম ভিত্তিত আয়োজন কৰা স্ব-ৰচিত কবিতা প্ৰতিযোগিতাত স্বপ্না বৰঠাকুৰে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, পূৰ্বতেও প্ৰয়াস প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা “দস্তাৱেজ” আলোচনীৰ যোগেদি তেখেতে …

অধিক »