Monday , August 10 2020
শেহতীয়া খবৰ

বিজ্ঞান-প্ৰযুক্তি

Science-Technology

যোৰহাটৰ চীজল আগৰৱালাই ইউ পি এচ চিত পালে ১১২ তম স্থান

গণ বাৰ্তা, যোৰহাট, ৫ আগষ্টঃ আজি ঘোষণা হোৱা UPSC পৰীক্ষাৰ ফলাফলত যোৰহাটৰ চীজল আগৰৱালাই ১১২ তম স্থান লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনে।যোৰহাটৰ কাৰ্মেল স্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা উতীৰ্ণ হৈ যোৰহাটৰে আচাম ৰাইফলচ স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উতীৰ্ণ হৈ দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ পৰা বি কম পাছ …

অধিক »

ডুমডুমাৰ অভিনেত্ৰী নিৰ্মালি কোঁৱৰৰ মৃত্যু, শোক

গণ বাৰ্তা : ডুমডুমা: ২৯ জুলাইঃ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ ৰূপাই চাইডিং নিবাসী, বিশিষ্ট অভিনেত্ৰী, নৃত্য শিল্পী নিৰ্মালি কোঁৱৰৰ মৃত্যু হয়। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি  মঞ্চ অভিনেত্ৰী নিৰ্মালী কোঁৱৰে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। অভিনেত্ৰী গৰাকীৰ ডুমডুমাৰ সমীপৰ ৰূপাই চাইডিঙৰ  নিজ বাসগৃহত কালি সন্ধিয়া মৃত্যু হয় ৷ চিকিৎসাধীন …

অধিক »

চাহ জনজাতি ছাত্ৰ ছাত্ৰীৰ স্কুলাৰচিপ অনিয়মৰ প্ৰতিবাদত আটচাৰ প্ৰতিবাদ , শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ

গণ বার্তা, লেখাপানী, ২৮ জুলাই :  অসম চাহ জনজাতি ছাত্ৰ সন্থা মাৰ্ঘেৰিটা শাখা সমিতিয়ে লেখাপানী ৰাষ্ট্ৰীয় ঘাইপথত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিমূৰ্তি দাহ কৰি সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে । উল্লেখ্য যে অসম চাহ জনজাতি সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত ভৱিষ্যৎক লৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে শেতালি খেলাৰ বাবে সৰৱ …

অধিক »

পশ্চিমবংগত কোৰোনাৰ লগতে আমফানৰ সন্ত্ৰাস

নতুন দিল্লীঃ দেশত কোৰোনা সন্ত্ৰাস চলাই থকাৰ সময়তে ধুমুহা আমফানে সন্ত্ৰাস চলোৱাৰ ইংগিত দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে পশ্চিমবংগত আজি আমফানে তাণ্ডৱ সৃষ্টি কৰে। জানিব পৰা অনুসৰি আমফানে ৰাজ্যখনত প্ৰতিঘণ্টাত ৪৪ কিলোমিটাৰ বেগত বলি পশ্চিমবংগৰ ৰাইজক আতংকিত কৰি তোলে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি আমফানে প্ৰতি ঘণ্টাত দুশ কিলোমিটাৰলৈ …

অধিক »

কোৰোনা ভাইৰাছৰ আতংকৰ মাজতে শিলাবৃষ্টিৰ সকীয়নি বতৰ বিজ্ঞান কেন্দ্ৰৰ

দৈনিক গণঅধিকাৰঃ সমগ্ৰ দেশত কোৰোনা ভাইৰাছৰ আতংক বিৰাজমান। কোৰোনা ভাইৰাছৰ ফলত দেশত ২০জন লোক মৃত্যুমুখত পৰে। উক্ত ভাইৰাছত ৭২৪জন আক্ৰান্ত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সমগ্ৰ দেশত ২১ দিনৰ বাবে তলা বন্ধ ঘোষণা কৰে। তলা বন্ধত ভাৰতীয় নাগৰিক গৃহবন্দী হৈ পৰে। এফালে কোৰোনাৰ আতংক, আনফালে …

অধিক »