শেহতীয়া খবৰ

ক্ৰীড়া

Sports

ইংলেণ্ড ভ্ৰমণৰ বাবে সাজু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল

পর্ট অৱ স্পেইনঃ মহামাৰী কোৰোনা ভাইৰাছৰ পিছত পূৰ্বৰ স্থানলৈ ক্রিকেট আনিবৰ বাবে খেলপথাৰত নামিল ৱেষ্ট ইণ্ডিজৰ ক্রিকেট দল। দলটোৱে জুলাইত ইংলেণ্ড ভ্ৰমণৰ বাবে প্রশিক্ষণ আৰম্ভ কৰিছে। লক্ষণীয় যে ৱেষ্ট ইণ্ডিজে ৩ খন টেষ্ট শৃংখলাৰ বাবে জুন মাহত ইংলেণ্ড ভ্রমণলৈ যোৱাৰ কথা আছিল। কিন্তু কৰনাৰ বাবে ইয়াক বাতিল কৰা হয়। সম্প্রতি এইশৃংখলা …

অধিক »

৭৮ হাজাৰ ক্ষুধাতুৰলৈ বিনামূলীয়া আহাৰ খ্যাতনামা ফুটবল ক্লাব চেলছীৰ

লণ্ডনঃ ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত নামি পৰিছে বিশ্বৰ আগশাৰীৰ ক্রীড়াবিদসকলৰ উপৰি ফুটবল ক্লাব আৰু সংস্থাসমূহ। বিশ্বৰ অন্যতম ধনাঢ্য ফুটবল ক্লাব চেলছিয়ে বৃটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাত নিয়ােজিত লােকসকলৰ লগতে আৰু দৰিদ্ৰ ব্যক্তিলৈ বিনামূলীয়া ভােজন আগবঢ়োৱাৰ সিদ্ধান্ত লয়। ইংলিছ প্রিমিয়াৰ লীগৰ অন্যতম শক্তিশালী ক্লাবটোৱে আজি ৭৮ হাজাৰ লােকলৈ বিনামূলীয়া ভােজন যােগানৰ সিদ্ধান্ত …

অধিক »

শনিবাৰৰ পৰা ৱাৰ্লেচ, নুনমাটি, চানমাৰি, ৰূপনগৰত উলব্ধ হ’ব মাছ

সুলভ মূল্যত মাছ যোগান ধৰিব ফিছফেডে দৈনিক গণঅধিকাৰঃ দেশজুৰি লকডাউনৰ সময়ছোৱাত ৰাইজে নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীক লৈ সংকিত হোৱা পৰিলক্ষিত হৈছে। ইপিনে অসমতো এই লকডাউনৰ সময়ছোৱাত একাংশ অসাধু ব্যৱসায়ীয়ে আৰ্থিক মুনাফা লাভৰ স্বাৰ্থত নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ শাক-পাচলিৰ বজাৰত বৰ্দ্ধিত দৰে সাধাৰণ লোকক সৰ্বস্বান্ত কৰা পৰিলক্ষিত …

অধিক »

ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুজ দিবলৈ গৌতম গম্ভীৰে আগবঢ়াব দুবছৰৰ দৰমহা

ডিজিটেল ডেস্কঃ সৰ্বেত্ৰে এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। ভাৰতবৰ্ষতো এতিয়া ক’ৰোণা ভাইৰাছে ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে।ভাৰতবৰ্ষতো এতিয়ালৈকে ২৫৬৭ জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি আনহাতে ৭২জনৰ মৃত্যু হৈছে৷  ইতিমধ্যে ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন জনে আগবঢ়াইছে অনুদান। ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে প্ৰধানমন্ত্ৰী আৰোগ্য নিধিলৈ আগবঢ়াব দুবছৰৰ দৰমহা। টুইটাৰ যোগে …

অধিক »

আই পি এল বাতিল হ’লে লোকচান হ’ব পাৰে ১০হাজাৰ কোটি টকা

নতুন দিল্লীঃ বিশ্বজুৰি এতিয়া আতংকৰ সৃষ্টি কৰিছে কোৰোনা ভাইৰাছে। চীনত ধৰা পৰা কোৰোনা ভাইৰাছ এতিয়া বিশ্বৰ প্ৰায় চৌদিশে বিয়পিছে। কোৰোনা ভাইৰাছৰ প্ৰভাৱ বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত পৰিছে। কোৰোনা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে ২৯মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ১৫এপ্ৰিললৈ পিছুৱাই দিছে। ইয়াৰ পিছতো ১৩সংখ্যাক আই পি এল …

অধিক »