ডিগবৈৰ টিংৰাইত সংঘটিত গ্ৰেণেড বিস্ফোৰণস্থলীত উপস্থিত মুখ্যমন্ত্ৰী

নিহতৰ পৰিয়ালক পাঁচ লাখ টকাৰ সাহায্য ঘোষনা; দুৰ্বৃত্তৰ এনে কাপুৰুষালি কেতিয়াও সহ্য কৰা নহ’ব”: ডঃ হিমন্ত বিশ্ব শৰ্মা মাইনু মৰাণ, ডুমডুমা, ১৫ মে : তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অধীনত টিংৰাই চাৰিআলি বজাৰত কালি সংঘটিত গ্ৰেণেড বিস্ফোৰণস্থলীত আজি উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি ঘটনাৰ চৰজমিন বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব … Continue reading ডিগবৈৰ টিংৰাইত সংঘটিত গ্ৰেণেড বিস্ফোৰণস্থলীত উপস্থিত মুখ্যমন্ত্ৰী