Home Main Stories বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, গল্পকাৰ, কবি হোমেন বৰগোহাঞিৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, গল্পকাৰ, কবি হোমেন বৰগোহাঞিৰ দেহাৱসান

700
0

বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, গল্পকাৰ, কবি হোমেন বৰগোহাঞিৰ দেহাৱসান। তেওঁ কেইবাদিনো ধৰি জি এনে আৰ চি হস্পিটেলত চিকিৎসাধীন হৈ আছিল। আজি পুৱা হস্পিটেলতখনতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে তেওঁৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যদাৰে  সম্পন্ন কৰা হ’ব বুলি অসম চৰকাৰৰ তৰফৰ পৰা জানিবলৈ পোৱা গৈছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here