Home Main Stories ধেমাজী আৰক্ষীৰ জালত পৰিল এন এল এফ বি’ৰ দুৰ্ধৰ্ষ কেদাৰ টাইগাৰ

ধেমাজী আৰক্ষীৰ জালত পৰিল এন এল এফ বি’ৰ দুৰ্ধৰ্ষ কেদাৰ টাইগাৰ

96
0

গণ বাৰ্তা, ধেমাজি, ৪ জুন : যোৱা ২৮ মে’ৰ পৰা ধেমাজিত আহি বাহৰ পাতি থকা বিভিন্ন ৰণকৌশল ৰচনা কৰা বিদ্ৰোহী সংগঠনৰ দুৰ্ধৰ্ষ কেদাৰ গ্ৰেপ্তাৰ ৷
সাংগঠনিক ভেঁটি শক্তিশালী কৰাত ব্যস্ত একালৰ দুৰ্ধৰ্ষ এন ডি এফ বি ৰ বাথাৰ নেতৃত্বত নতুনকৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন এন এল এফ বিয়ে ধন সংগ্ৰহ আৰু সদস্য ভৰ্তিৰ উদ্দেশ্যৰে ধেমাজিৰেৰ ভিতৰুৱা অঞ্চলত বাহৰ পাতিবলৈ আহি ধেমাজী আৰক্ষীৰ জালত পৰে উক্ত সংগঠনটোৰ দুৰ্ধৰ্ষ কেদাৰ টাইগাৰ ৷উল্লেখ্য যে যোৱা ২ জুনত উক্ত সংগঠনটোৰ কেডাৰ হৃদয় বসুমতাৰী ওৰফে টাইগাৰক আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে ৷ ৷ এন দি এফ বিৰ আত্মসমৰ্পণকাৰী গোটৰ পৰা উলাই গৈ বাথাৰ নেতৃত্বত নতুনকৈ গঠন হোৱা এন এল এফ বি’ৰ কেডাৰ টাইগাৰৰ ঘৰ ওদালগুৰিত বুলি জানিব পৰা গৈছে ৷ ধেমাজিৰ বৰুৱাচুকৰ পৰা আটক হোৱা হৃদয় বসুমতাৰী পৰা কোনোধৰণৰ মৰানাস্থ বৰ্তমান পয্যন্ত উদ্ধাৰ হোৱা নাই যদিও গ্ৰেপ্তাৰ হোৱা কেডাৰ দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here