Home Main Stories কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিলে

কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিলে

62
0
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গৃহ, পাৰ্ছনেল আৰু লোকনিৰ্মাণ বিভাগ 
ৰঞ্জিত কুমাৰ দাস
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য-কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান
অতুল বৰা
কৃষি, উদ্যান শস্য, পশুপালন, সীমান্ত অঞ্চল উন্নয়ন
উৰ্খাও গৌৰা ব্ৰহ্ম
ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি উন্নয়ন (বিটিচি), হস্ততাঁত-বস্ত্ৰশিল্প বিভাগ
চন্দ্ৰমোহন পাটোৱাৰী
পৰিবহণ, উদ্যোগ আৰু বাণিজ্য আৰু দক্ষতা উন্নয়ন, সংখ্যালঘু উন্নয়ন বিভাগ
পৰিমল শুক্লবৈদ্য
বন, পৰিৱেশ, মীন আৰু আবকাৰী বিভাগ
কেশৱ মহ™L
স্বাস্থ্য, পৰিয়াল কল্যাণ, বিজ্ঞান আৰু তথ্য-প্ৰযুক্তি বিভাগ
ৰণোজ পেগু
শিক্ষা, ভৈয়াম জনজাতি উন্নয়ন (অবড়ো) অঞ্চল
অশোক সিংঘাল
গুৱাহাটী উন্নয়ন, চহৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগ
যোগেন মহন
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, খনি আৰু পাৰ্বত্য অঞ্চল উন্নয়ন
সঞ্জয় কিষাণ
চাহ জনজাতি উন্নয়ন আৰু শ্ৰম আৰু নিয়োগ বিভাগ
অজন্তা নেওগ 
বিত্ত আৰু সমাজ কল্যাণ বিভাগ
পীয়ূষ হাজৰিকা
জলসম্পদ, জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা
বিমল বৰা
শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ, পৰ্যটন আৰু সাংস্কৃতিক বিভাগ


LEAVE A REPLY

Please enter your comment!
Please enter your name here