Home Main Stories সমন্বয় সম্প্ৰীতিৰ প্ৰতিনিধি ডাঃ চৈয়দ আহমদ জাদিদ ,বৰপেটাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অক্ষয় কুমাৰ...

সমন্বয় সম্প্ৰীতিৰ প্ৰতিনিধি ডাঃ চৈয়দ আহমদ জাদিদ ,বৰপেটাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অক্ষয় কুমাৰ মিশ্ৰ

127
0


পুলেন্দ্ৰ দাস, বৰপেটা, ৭ আগষ্ট ঃ বৰপেটাৰ সমাজজীৱনৰ অগ্ৰণী সমাজকৰ্মী, সাহিত্যসেৱী তথা বিশিষ্ট চিকিৎসক ডাঃ ছৈয়দ আহমদ জাদিদৰ সোঁৱৰণত আজি বৰপেটাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ বৰপেটাৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘ফ্ৰেণ্ডছ ক্লাব এণ্ড লাইব্ৰেৰী’ৰ উদ্যোগত বৰপেটা সাহিত্য সভা ভৱনত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কে’বাগৰাকী বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজে বিশিষ্ট চিকিৎসকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে৷ প্ৰথমে ডাঃ ছৈয়দ আহমদ জাদিদৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰে৷ ইয়াৰ পিছত উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ এই কাৰ্যসূচীৰ পিছত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ সভাত উপস্থিত অহাৰ পিছতো এইক্ষেত্ৰত বিশেষ তৎপৰতা দেখুওৱা নাই চৰকাৰে৷ কিন্তু যোৱা পাঁচ বছৰত কেন্দ্ৰীয় চৰকাৰে পুঁজিপতিসকলক জ্ঝ,৯১,৬৪০ কোটি টকা ঋণ মাফ কৰি দিছে৷ যিসমূহ ঋণ এতিয়া বেড লোন হৈ পৰিছে৷ অৰ্থাৎ সেই লোনসমূহ এতিয়া পুঁজিপতিসকলে বেংকসমূহক ওভতাই নিদিলেও কোনো সমস্যাৰ সৃষ্টি নহয়৷ চৰকাৰে ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছে যে জ্ঝ,৯১,৬৪০ কোটি টকা পুঁজিপতিসকলৰ পৰা ওভতাই লোৱাটো সম্ভৱপৰ নহয়৷ কিন্তু সাধাৰণ নাগৰিকে যেতিয়া সীমিতসংখ্যক ঋণ পৰিশোধ কৰিব নোৱাৰে তেন্তে সেই ঋণ লোৱা গৰাকীৰ সম্পত্তি নিলাম হয়৷ কেন্দ্ৰীয় চৰকাৰে চলিত সংসদৰ মজিয়াত উল্লেখ কৰিছে যে ২০১৭-১৮ত ৰ,৬১,৩২৮ কোটি, ২০১৮-১৯ত ২,৩৪,২৬৫ কোটি, ২০১৯-২০ত ২,৩৪,১৭০ কোটি, ২০২০-২১ত ২,০২,৭৮১ কোটি টকা আৰু ২০২১-২২ত ৰ,৫৭,০৯৬ কোটি টকা ৰেহাই দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here