Home Main Stories উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছা

উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছা

24
0

দিচপুৰ : উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ঈদ-উল-ফিতৰৰ পৱিত্ৰ উপলক্ষে অসমৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এক বিবৃতিত মন্ত্ৰীগৰাকীয়ে কয়, ‘ঈদ-উল-ফিতেৰে প্ৰেম আৰু সহানুভূতিৰ বাৰ্তা প্ৰচাৰ কৰে। এই উৎসৱে অসমৰ জনসাধাৰণৰ মাজত বন্ধুত্ব আৰু ভাতৃত্ববোধ শক্তিশালী কৰক আৰু আমাৰ ৰাজ্যলৈ শান্তি আৰু সমৃদ্ধিৰ সূচনা কৰক।’ মন্ত্ৰী পাটোৱাৰীয়ে দেশত কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা সুৰক্ষা নিয়মপালন কৰি উৎসৱ উদযাপন কৰিবলৈ ও জনসাধাৰণক আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here