Home Main Stories প্ৰাক্তন বিধায়ক আবু বক্কৰ ছিদ্দিক জোতদ্দাৰ বিয়োগ

প্ৰাক্তন বিধায়ক আবু বক্কৰ ছিদ্দিক জোতদ্দাৰ বিয়োগ

96
0

গনাবাৰ্তা, গোৱালপাৰা, ৩ জুন : সংখ্যালঘু আন্দোলনৰ অন্যতম নেতা, গোৱালপাৰা (পশ্চিম) সমষ্টিৰ প্ৰাক্তন বিধায়ক আলহাজ্ব আবু বক্কৰ ছিদ্দিক জোতদাৰ আজি ৰাতিপুৱা ৯.৩০ মান বজাত গোৱালপাৰাৰ ছলাচ হস্পিটালত ইহলীলা সম্বৰণ কৰে। আবু বক্কৰ ছিদ্দিকে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ সভাপতি পদৰ দ্বায়িত্ব গ্ৰহণ কৰিছিল খাৰুপেটিয়া অধিনেশনৰ সময়ত। পৰৱৰ্তী সময়ত হিতেশ্বৰ শইকীয়াৰ আশীৰ্বাদত কংগ্ৰছৰ টিকটত পশ্চিম গোৱালপাৰা বিধান সভাৰ পৰা বিধায়ক নিৰ্বাচিত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here