Home স্থানীয় লাহৰীঘাটত ড্ৰাগছসহ চাৰি ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ

লাহৰীঘাটত ড্ৰাগছসহ চাৰি ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ

97
0

গণবাৰ্তা, ভূৰাগাঁও, ৫জুনঃ লাহৰীঘাট আৰক্ষীৰ অভিযান গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ মাফিয়া।অভিযান কালত আজি বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে চাৰি ড্ৰাগছ মাফিয়াক প্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লাহৰীঘাট আৰক্ষীয়ে। ধৃত ড্ৰাগছ মাফিয়াকেইটা ক্ৰমে এমৰাজুল ইছলাম,ফৰিদুল হক,হাৰুন অল ৰছিদ আৰু আশ্ৰাফুল ইছলাম।বিশেষ সুত্ৰৰ পম খেদি লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে থানাখনৰ অন্তৰ্গত তেলডিপুত তেল ভৰোৱা অৱস্থাত ৪ জন ড্ৰাগছ ব্যৱসায়ী আটক কৰে। তেওলোকৰ পৰা ড্ৰাগছ ভৰ্তি ২০ টা কন্টেইনাৰ আৰু ১০ টা খালি কন্টেইনাৰ,৪টা এনড্ৰেয়ট মৱাইল,নগদ ১১৩৭০টকা,মানিবেগ আৰু ৩খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here