Home ক্ৰীড়া উৱেফা নেশ্যনছ লীগৰ চেম্পিয়ন ফ্ৰান্স

উৱেফা নেশ্যনছ লীগৰ চেম্পিয়ন ফ্ৰান্স

47
0

মিলান, ১১অক্টোবৰঃ উৱেফা নেশ্যনছ লীগৰ অন্তিমখন মেচ দেওবাৰে অনুষ্ঠিত হৈছিল। খিতাপ মেচখনত বিশ্ব চেম্পিয়ন ফ্ৰান্সে স্পেইনক ২-১ গ’লত পৰাস্ত কৰি খিতাপ জয় কৰে। ইয়াৰ মাজতে, কেলিয়ান এমবাপেয়ে তেওঁৰ দলৰ হৈ ১০ মিনিট বাকী থকা অৱস্থাত বিজয়ী গ’লটো দিয়ে।বেলজিয়ামৰ বিৰুদ্ধে ছেমি ফাইনেলত ফ্ৰান্সে খেলখন যিদৰে জিকিছিল সেইদৰে মেচখন জিকিবলৈ উভতি আহিছিল। ফ্ৰান্স এতিয়া পৰ্তুগালৰ পিছত লীগ জয় কৰা দ্বিতীয়খন দেশ হৈ পৰিছে। পূৰ্ণগালে ২০১৯ চনত খিতাপ জিকিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here