Home Main Stories মুখ্যমন্ত্ৰীক শুভেচ্ছা ব্ৰহ্মপুত্ৰ ভেলি চিভিল ছ’চাইটিৰ

মুখ্যমন্ত্ৰীক শুভেচ্ছা ব্ৰহ্মপুত্ৰ ভেলি চিভিল ছ’চাইটিৰ

29
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ মে’ : ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পিছত বহু ৰাজনৈতিক নেতাৰ লগতে দল-সংগঠনসমূহে তেওঁক শুভেচ্ছাৰে ওপচাই পেলাইছে। ইয়াৰ মাজতেই ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীয়েও মুখ্যমন্ত্ৰী ড­০ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনাইছে। ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ হৈ সভাপতি ড০ আতোৱাৰ ৰহমান, সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰ, উপ-সভাপতি এ এইচ খন্দকাৰ, আব্দুৰ ৰহিম শ্বেখ, ড০ জাকিৰ হুছেইন, আহমেদ হুছেইন, আব্দুল কুদ্দুচ আৰু সম্পাদক মাজেদুৰ ৰহমানে ড০ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here