
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি কামৰূপ আৰু কামৰূপ মেট্ৰ’ত চৰকাৰী কৰ্মচাৰী বাবেৰ কেজুৱেল ছুটি ঘোষণা কৰা হৈছে।
কৃত্ৰিম বানৰ বাবে সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
ঘৰৰ কাষতে বা কোৱাৰ্টাৰৰ কাষতে অফিচ থাকিলে অফিচলৈ আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, দূৰৰ পৰা অহা লোকসকল আহিব নালাগে কাৰ্যালয়লৈ৷
কামৰূপ আৰু কামৰূপ (মেট্ৰ’) জিলাত আজি বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়।