Skip to content
Gana Adhikar

Gana Adhikar

An Assamese Newspaper

Primary Menu
  • মুখ্য পৃষ্ঠা
  • EPAPER
  • আন্তঃৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • গুৱাহাটী
  • বিনোদন
  • ৰাষ্ট্ৰীয়
  • সম্পাদকীয়
  • স্থানীয়
  • জীৱন শৈলী
  • ৰাজনীতি
  • More
    • শিক্ষা-প্ৰযুক্তি
    • ব্যৱসায়-বাণিজ্য
Video
  • Home
  • গুৱাহাটী
  • মহানগৰীত জমেটো ডেলিভাৰী বয়ৰ পৰা পঞ্চায়তৰ সদস্য হোৱাৰ হেঁপাহ আনোৱাৰ হুছেইনৰ।
  • গুৱাহাটী
  • ৰাজনীতি

মহানগৰীত জমেটো ডেলিভাৰী বয়ৰ পৰা পঞ্চায়তৰ সদস্য হোৱাৰ হেঁপাহ আনোৱাৰ হুছেইনৰ।

admin April 12, 2025 1 minute read
WhatsApp Image 2025-04-12 at 3.27.22 PM

তিনিচকীয়া বাহনখন লৈ খাদ্য যোগান ধৰা আনোৱাৰে খেলিব পঞ্চায়ত নিৰ্বাচন বিলাসীপাৰাত এগৰাকী শাৰিৰীকভাৱে সক্ষম যুৱকে মন মেলিলে পঞ্চায়ত নিৰ্বাচনলৈ। যুৱকজনৰ নাম আনোৱাৰ হুছেইন। ঘৰ বিলাসীপাৰাৰ চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱত। বিশেষভাৱে সক্ষম যুৱক আনোৱাৰ হুছেইনে মনত বহুত আশা লৈ পঞ্চায়ত সদস্য পদত নিৰ্বাচন খেলাৰ মন মেলিছে।

৫৬নং টিলাপাৰা গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যুৱকজনে। মহানগৰীত জমেটো ডেলিভাৰী বয়ৰ পৰা পঞ্চায়তৰ সদস্য হোৱাৰ হেঁপাহ আনোৱাৰ হুছেইনৰ। এইবাৰ সমাজৰ হুকে কাম কৰাৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তিসকলেও যে সমাজত বিভিন্ন কাম-কাজ কৰাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰিব বিচাৰে যুৱকজনে। আজি নায়েৰ আলগা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত নিজৰ প্ৰতিদ্বন্দ্বিতাৰ পুনৰ পৰীক্ষণ কৰিবলৈ আহিছে যুৱকজনে

About The Author

admin

See author's posts

Post navigation

Previous: ৰঙিয়াৰ নোনাপাৰত তেল কোম্পানীৰ বিৰুদ্ধে মহিলাৰ ৰণচণ্ডী আন্দোলন ।
Next: ৰঙালী বিহুৰ প্ৰথমটো দিনটো গৰু বিহু হিচাপে পালন কৰা হয়।

Related Stories

ইউ পি পি এলৰ প্ৰথমখন প্রার্থীতালিকা ঘোষণা
1 minute read
  • গুৱাহাটী
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়

ইউ পি পি এলৰ প্ৰথমখন প্রার্থী তালিকা ঘোষণা

Bondita Das August 23, 2025 0
বৰক্ষেত্ৰীৰ দৌলাশালত ন-জনকৈ চাইবাৰ অপৰাধীক আটক
1 minute read
  • More
  • Uncategorized
  • গুৱাহাটী
  • ৰাষ্ট্ৰীয়

বৰক্ষেত্ৰীৰ দৌলাশালত ন-জনকৈ চাইবাৰ অপৰাধীক আটক

Bondita Das August 23, 2025 0
'বাংলাদেশীৰ পক্ষ আমছুৱে কেতিয়াও লোৱা নাই,বাংলাদেশীৰ পক্ষ লৈছে বিজেপি চৰকাৰে'
1 minute read
  • জীৱন শৈলী
  • ৰাজনীতি
  • স্থানীয়

‘বাংলাদেশীৰ পক্ষ আমছুৱে কেতিয়াও লোৱা নাই,বাংলাদেশীৰ পক্ষ লৈছে বিজেপি চৰকাৰে’

Bondita Das August 23, 2025 0

Recent Posts

  • казино – Официальный сайт Pin up играть онлайн Зеркало и вход.1955 (3)
  • Vavada Зеркало Вход на официальный сайт.273 (2)
  • казино – Официальный сайт Pin Up Casino вход на зеркало.2019 (3)
  • Gama Casino Online – официальный сайт.2117
  • Gama Casino Online – официальный сайт – вход и зеркало.6090

Recent Comments

No comments to show.

You may have missed

1 minute read
  • Blog

казино – Официальный сайт Pin up играть онлайн Зеркало и вход.1955 (3)

Gana Adhikar December 12, 2025 0
1 minute read
  • Blog

Vavada Зеркало Вход на официальный сайт.273 (2)

Gana Adhikar December 12, 2025 0
1 minute read
  • Blog

казино – Официальный сайт Pin Up Casino вход на зеркало.2019 (3)

Gana Adhikar December 12, 2025 0
1 minute read
  • Blog

Gama Casino Online – официальный сайт.2117

Gana Adhikar December 12, 2025 0
Copyright © All rights reserved. | MoreNews by AF themes.