Friday , September 25 2020
শেহতীয়া খবৰ

Classic Layout

ৰে’ল ৰাজ্য মন্ত্রী সুৰেশ আংগাড়িৰ কৰ’নাত মৃত্যু

নতুন দিল্লী, 24 ছেপ্টেম্বৰ ঃ কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী সুৰেশ আংগাড়িৰ আজি মৃত্যু হয়৷ এই মাহৰ আগভাগত কৰ’না ভাইৰাছত আক্রান্ত হোৱাৰ পাছত তেওঁক এইমছত ভর্তি কৰোৱা হৈছিল৷ ১১ ছেপ্টেম্বৰত তেওঁক কভিড-১৯ পজিটিভ পোৱা গৈছিল৷ কর্ণাটকৰ বেলাগাভিৰ সাংসদজনে তেওঁৰ সংস্পর্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছিল৷  গাড়িৰ মৃত্যুত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু দল …

অধিক »

 বৰমাত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল:  বিটি আৰ চুক্তি ৰূপায়নৰ পূৰ্বে অবড়োৰ সমস্যা সমাধানৰ দাবী

দিলীপ কুমাৰ হালৈ, বৰমা, ২৪ ছেপ্টেম্বৰ ঃ বাক্সা জিলাৰ বৰমাস্থিত অবড়ো সুৰক্ষা সমিতি, অসমৰ কাৰ্যালয়ত আজি সংগঠনটোৱে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত সংগঠনটোৱে বিটিআৰ চুক্তি ৰূপায়ণৰ পূৰ্বে অসম চৰকাৰে অবড়ো সুৰক্ষা সমিতিৰ সৈতে হোৱা আলোচনাত অবড়োসকলৰ সমস্যা সমাধান কৰা তথা অবড়ো সংগঠনৰ সৈতে আলোচনা মৰ্মে বিটিআৰ চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতি সংগঠনটোক …

অধিক »

সংসদত গৃহীত কৃষি বিধেয়কৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ কৃষকৰ, কেইবাটাও ট্ৰেড ইউনিয়নৰ আজি ভাৰত বন্ধৰ ঘোষণা

পঞ্জাবসহ দেশৰ বিভিন্ন প্ৰান্তত ৰে’লসেৱা কৰা হৈছে বাতিল নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ ঃ সদ্যসমাপ্ত সংসদৰ শীতকালীন অধিৱেশনত কৃষি সম্পৰ্কীয় তিনিখন বিধেয়ক লোকসভাৰ পিছত ৰাজ্যসভাত গৃহীত হোৱা কাৰ্যক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সমগ্ৰ দেশৰ কৃষকসকল। ভৱিষ্যতলৈ আহিব পৰা প্ৰত্যাহবানৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কৃষকসকলৰ লগতে কৃষক সংগঠনসমূহে …

অধিক »

ৰাফেল যুঁজাৰু বিমান উৰুৱা প্ৰথম ভাৰতীয় মহিলা শিবাংগী সিং

নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ ঃ ফ্ৰান্সৰ পৰা ভাৰতলৈ অহা ৰাফেল যুঁজাৰু বিমান উৰুৱাবলৈ সাজু এতিয়া ভাৰতীয় মহিলা পাইলট শিৱাংগী সিং। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বাসিন্দা শিৱাংগী সিঙে আকাশমাৰ্গত ৰাফেল যুঁজাৰু বিমান উৰুৱাই এক ইতিহাস সৃষ্টি কৰিছে। তেৱেঁই হৈছে ৰাফেল যুঁজাৰু বিমান উৰুওৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা। ৰাফেল যুঁজাৰু বিমান উৰুৱাবলৈ তেওঁক বায়ুসেনা …

অধিক »

খাকী পোছাকৰ আঁৰৰ কু-কীৰ্তি ফাদিলঃ প্ৰাক্তন ডিআইজি পি কে দত্তৰ সাম্ৰাজ্যত চিআইডিৰ অভিযান

আৰক্ষী বিষয়াৰ পত্নী মালিকনাধীন ভাৰ্গৱ হোটেলত তালাচী বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ সোণ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ ছেপ্টেম্বৰ ঃ ইটোৰ পিছত সিটোকৈ জালিয়াতিৰ বিস্ফোৰক তথ্য ফাদিল হৈছে। অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদক লৈ  গঢ়ি উঠা ক’লা বজাৰৰ বৃহৎ তথ্য পোহৰলৈ আহিছে। ধনৰ বিনিময়ত মহানগৰীৰ গণেশগুৰিস্থিত থেংক ইউ লজত হৈছিল পৰীক্ষাৰ এদিন …

অধিক »

 আইপিএলত বেংগালুৰুৰ বিৰুদ্ধে পাঞ্জাৱৰ জয়

  ডুবাই,২৪ ছেপ্টেম্বৰ: আই পি এলৰ ১৩ সংখ্যক সংস্কৰণত আজিৰ মেচখনত ৰয়েল চেলেঞ্জৰ বেংগালুৰুৰ বিৰুদ্ধে কিংছ ইলেভেন পাঞ্জাৱে জয় লাভ কৰিছে। ডুবাইত অনুষ্ঠিত হোৱা টুৰ্ণামেণ্টৰ ষষ্ঠ সংখ্যক মেচখনত পাঞ্জাৱে বেংগালুৰুক ৯৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছে। বৃহস্পতিবাৰে নিশা অনুষ্ঠিত মেচখনত টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰিবলৈ অহা পাঞ্জাৱে ২০অভাৰত ৩টা উইকেট …

অধিক »

দিকদর্শন প্ৰকাশন গোষ্ঠীয়ে ‘ এনাজৰী বঁটা প্ৰদান কৰা,সমাজ সেৱীকা আৰেছা বেগম ।

দিকদর্শন প্ৰকাশন গোষ্ঠীয়ে ‘ এনাজৰী বঁটা প্ৰদান কৰা,সমাজ সেৱীকা আৰেছা বেগম ।   ফটো : দৈনিক গণ অধিকাৰ ।  

অধিক »

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ সদৌ অসম ছাত্ৰ সন্থাৰ

গণ বাৰ্তা, ডিব্ৰুগড়, ২৪ ছেপ্টেম্বৰঃ  অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত বাছনি পৰীক্ষাৰ পূৰ্বেই প্ৰশ্ন কাকত ফাদিল হোৱাকলৈ ডিব্ৰুগড়ত অব্যাহত আছে প্ৰতিবাদ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জিলা ছাত্ৰ সন্থাই। ছাত্ৰ সন্থাৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে …

অধিক »

দিগদৰ্শন”ৰ সপ্তদশ বৰ্ষপূৰ্তি অনুষ্ঠানত ২৭খন গ্ৰন্থ উন্মোচন 

◾️ৰীতা বৰদলৈক দিগদৰ্শন বঁটা, সমাজকৰ্মী আলহাজ ৰাজুমনী হুছেইনক “সমাজৰত্ন”উপাধি প্ৰদান গণ বার্তা, পশ্চিম যোৰহাট, ২৪ছেপ্টেম্বৰ :  যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত চাৰিখন আলোচনীৰ অন্যতম ভিন্নসুৰী মাহেকীয়া আলোচনী “দিগদৰ্শন”ৰ সপ্তদশ বৰ্ষপূৰ্তি অনুষ্ঠানটি আজি পশ্চিম যোৰহাট সাংবাদিক সংস্হাৰ কাৰ্যালয় “সংবাদ ভৱন”ত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। দশৱতাৰ নৃত্যৰে শুভাৰম্ভ উক্ত অনুষ্ঠানত ২০২০ বৰ্ষৰ …

অধিক »

মাজুলী যুৱ কংগ্ৰেছৰ প্ৰতিবাদ: প্ৰতিমূৰ্তি দাহ:

পৰাণজ্যোতি বৰা, মাজুলী, ২৪ ছেপ্টেম্বৰ :  মাজুলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱ কংগ্ৰেছে।আজি মাজুলী যুৱ কংগ্ৰেছৰ উদ্যোগত ইতিমধ্যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকৰে কৃষক বিৰোধী লোৱা নীতি সমূহৰ বিৰুদ্ধে আৰু SI ৰ পৰীক্ষাত হোৱা দুৰ্নীতিৰ বালিচাপৰি তিনিআলিত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ …

অধিক »