LATEST ARTICLES

E-Paper 25-06-2021

0
জম্মু -কাশ্মীৰৰ ৪ প্ৰাক্তন মুখ্যমন্ত্ৰীসহ ১৪ নেতাৰে প্ৰধানমন্ত্ৰীৰ ৩ ঘণ্টাৰ বৈঠক সফলতাৰে সমাপ্ত জম্মু -কাশ্মীৰত ৰাজ্যৰ মৰ্যাদা উভতাই দিয়াৰ দাবী কংগ্ৰেছৰ নতুন দিল্লী, ২৪ জুন : ২০১৯ৰ ৫ আগষ্টত জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুেচ্ছদ প্ৰত্যাহাৰ কৰাৰ...
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ জুন : ড্ৰাগ্‌ছ ব্যৱসায়ীয়ে নগদ ধন যচাৰ পিছতো সেয়া প্ৰত্যাখ্যান কৰাৰ লগতে প্ৰায় ১২ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছ জব্দ কৰি কৰ্তব্যনিষ্ঠাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা হোমগাৰ্ড বৰছিং বে’ক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ কনিষ্টবল পদত নিযুক্তিত...
গণ বাৰ্তা লামডিং২৪ জুন : হোজাই জিলাৰ বিভিন্ন অঞ্চলৰ লগতে লামডিঙ সেৱা ভাৰতী লামডিং প্ৰখণ্ডৰ উদ্যোগত লামডিঙ কালিবাড়ি মন্দিৰৰ প্ৰাংগনত আৰু পশ্চিম লামডিং গাওঁ পঞ্চায়ত আৰু ছহিদ মৈদানতো পালন কৰে এই যোগ দিৱস । এই যোগ দিৱসত অংশগ্ৰহণ কৰে...
পঙ্কজ নাথ, চাংসাৰি, ২৪ জুনঃ কামৰূপ জিলালৈ আহিলে মোৰ মনত এক ইতিবাচক চিন্তাৰ উন্মেষ ঘটে৷ এই জিলাত প্ৰতিটো কাম সম্পাদনৰ ক্ষেত্ৰত সকলোৱে অতি নিষ্ঠাৰে কাৰ্য নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিছে৷’–আজি জিলাখনৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰি অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে...
গণ বাৰ্তা যোৰহাট ২৪জুন : যোৰহাট উপকণ্ঠ চাৰিঘৰীয়া মিচিং গাঁৱত বুধবাৰে দিনৰ ১২.৩০ বজাত বিপুল দাস নামৰ ব্যক্তি জনৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।স্থানীয় ৰাইজৰ মতে বৈদ্যুতিক চৰ্টচাৰ্কিত ফলত এই অগ্নিকাণ্ড হোৱা বুলি জানিবলৈ দিয়ে। ঘৰৰ গৃহস্থ তথা বিপুল...
বিকাশ শইকীয়া , চিলাপথাৰঃ ২৪ জুনঃ যোৱা নিশা অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৰষুণৰ ফলত মিছামাৰী নদীয়েদি নামি অহা ভয়ংকৰ পানীৰ ঢলে নিমিষতে উটুৱাই নিয়ে চিলাপথাৰৰ নিলখ পঞ্চায়তৰ প্ৰায় ১০ লাখ টকাৰে নিৰ্মান কৰা মিছামাৰী নদীৰ বাওঁপাৰৰ মথাউৰিৰ প্ৰায় ১০০...
পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট, ২৪ জুন : যোৰহাটৰ পশ্চিমে ৰাষ্ট্ৰীয় পথৰ কাষত ম'হবন্ধা তিনিআলিৰ সমীপত তৰুণ গগৈৰ মুখ্যমন্ত্ৰীত্বৰ শেহতীয়া কাৰ্যকালত শুভাৰম্ভ কৰা স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ বৰ্তমানো পূৰ্ণাঙ্গ ৰূপত সম্পূৰ্ণ নহ'ল। আগ্ৰহেৰে দৰ্শনৰ বাবে নিতৌ অহা লোকসকল বিফল...
ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ২৪ জুন : নগাঁও জিলা সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰাক্তন সভাপতি, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰবী শিক্ষক, ৰাজ্যিক জমিয়তৰ নিষ্ঠাবান কৰ্মী, বিশিষ্ট সমাজসেৱক, বিদগ্ধ মৌলানা মহিবুল্লা কাছিমীৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন...

E-Paper 24-06-2021

0